--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্রদেশৰ ডেমহ জিলাৰ এখন মিছনাৰী হস্পিটেলত ভুৱা হৃদৰোগ বিশেষজ্ঞ এজনে ৰোগীক চিকিৎসা কৰাৰ পাছত সাতজনকৈ লোকে প্রাণ হেৰুৱায়। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে এই শোকাৱহ ঘটনাটো পোহৰলৈ আনে। 

মানৱাধিকাৰ আয়োগে এই বিষয়ত এটা তদন্ত আৰম্ভ কৰি এই মাৰাত্মক ভুৱা চিকিৎসকৰ চিকিৎসা-কাণ্ড পোহৰলৈ আনে। মানৱাধিকাৰ আয়োগৰ দল এটা ডেমহলৈ গৈ এই ঘটনাত জড়িত ভুৱা চিকিৎসকজনৰ চিকিৎসা-কাণ্ডৰ বিহিত ব্যৱস্থ ল'ব। 

বিদেশী মেডিকেল শিক্ষা প্রতিষ্ঠানৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্রীধাৰী বুলি দাবী কৰা এই ভুৱা চিকিৎসক নৰেন্দ্ৰ বিক্রমাদিত্য যাদৱে ব্রিটেইনৰ কার্ডিঅ'লজিষ্ট প্ৰফেছৰ জন কামৰ নামটো চিকিৎসাৰ সময়ত ব্যৱহাৰ কৰি আছে বুলি অভিযোগ উঠিছে। উল্লেখযোগ্য যে, ভুৱা চিকিৎসকজনে ১৫টাকৈ অস্ত্রোপচাৰ সম্পন্ন কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক