--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ-পূব ৰাজ্যলৈ আহিছে এক সুখবৰ। মেঘালয়ৰ পৰিৱেশ মন্ত্ৰীলৈ PETA Indiaৰ বিশেষ সন্মান। মেঘালয়ৰ পৰিৱেশ মন্ত্ৰী জেমছ কে চাংমাই ‘ভেগান চামৰা’ প্ৰস্তুত কৰাৰ পৰিকল্পনাৰ বাবে People for the Ethical Treatment of Animals (PETA) ইণ্ডিয়াই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। PETAৰ স্বেচ্ছাসেৱকসকলে শীঘ্ৰেই মেঘালয়ৰ মন্ত্ৰীজনক এই বঁটা প্ৰদান কৰিব।

জেমছ কে চাংমাই ঘোষণা কৰিছিল যে “মেঘালয় চৰকাৰে পাহাৰীয়া ৰাজ্যখনত যথেষ্ট পৰিমাণে উৎপাদন হোৱা আনাৰস ব্যৱহাৰ কৰি চামৰা উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে। ভেগান আনাৰস-চামৰা উৎপাদনত মনোযোগ দিলে স্থানীয় কৃষকসকলক সহায় কৰাৰ এক সঠিক পৰিকল্পনা কৰাৰ লগতে ই জীৱ-জন্তু আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰটো সবল পদক্ষেপ হ’ব।”

PETA ইণ্ডিয়াই পৰিৱেশ মন্ত্ৰীগৰাকীৰ এই পৰিকল্পনাই পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিব বুলি বিবেচনা কৰি তেওঁক ‘প্ৰগতিশীল ব্যৱসায় ধাৰণা বঁটা’ প্ৰদান কৰাৰ সিদ্ধান্ত লয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক