--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজনীতিত দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম যথেষ্ট ডাঙৰ৷কিন্তু, কিছু ‘অদ্ভুত’ কাৰণত আজিকালি মহাৰাষ্ট্ৰৰ  চন্দ্ৰপুৰ জিলাত উপ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। তদুপৰি আলোচিত হৈ পৰিছে এজন আঠ বছৰীয়া কিশোৰ৷

জিলাখনৰ এই ৮ বছৰীয়া ল’ৰাটোক লৈ এই আলোচনাৰ কাৰণ হ’ল তেওঁৰ ‘আধাৰ কাৰ্ড’। আধাৰ কাৰ্ডত শিশুটিৰ ফটোৰ সলনি সেইখনতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ ফটো ছপা কৰা হৈছে। ৰাজ্য প্ৰশাসনে সৃষ্টি কৰা এই বিভ্ৰান্তিৰ সমাধানৰ বাবে নাবালক ল’ৰাটোৰ মাতৃয়ে বৰ্তমান যুঁজি আছে। কিন্তু ফটোখন এতিয়াও একেই আছে।

২০১৬ চনত শংকৰপুৰৰ এটা শিবিৰত এটি আঠ বছৰীয়া শিশুৰ মাতৃয়ে, পুত্ৰৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰিছিল। পৰিচয় পত্ৰত থকা ফটোখনৰ বাবেই এতিয়া এই শিশুটি জনপ্ৰিয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে