--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেলেগু অভিনেতা মহেশ বাবু সমগ্ৰ দেশৰ অন্যতম প্ৰিয় চেলিব্ৰিটী৷ পিছে মহেশ বাবুৰ ১১ বছৰীয়া কন্যা সীতাৰা ঘট্টামনেনীও কম নহয়। জনপ্ৰিয় গহনা ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ পাছত ষ্টাৰ কিডগৰাকীয়ে কম বয়সতে প্ৰতিষ্ঠিত হিচাপে সমাদৰ বুটলিবলৈ সক্ষম হয় আৰু নিউয়ৰ্কৰ টাইমছ স্কোৱাৰত সীতাৰাৰ প্ৰথম ফটোশ্বুট মুকলি কৰা হয়।খবৰ অনুসৰি সীতাৰাক এই বিজ্ঞাপনৰ বাবে গহনা ব্ৰেণ্ডটোৱে এক কোটি টকা দিছিল।

এতিয়া খবৰ আহিছে যে কণমানি তাৰকাগৰাকীয়ে নিজৰ প্ৰথম পাৰিতোষিক দান কৰি এক উদাৰ মানসিকতাৰ পৰিচয় দিছে। শেহতীয়াকৈ হায়দৰাবাদৰ এখন পঞ্চতাৰকা হোটেলত অনুষ্ঠিত এক ভব্য অনুষ্ঠানত সীতাৰাই মাতৃ নমৰাতা শিৰোডকাৰৰ সৈতে তেওঁৰ নামেৰে ছপা কৰা ফটো এলবাম আৰু এখন লুকবুক উন্মোচন কৰে।

সংবাদ মাধ্যমৰ মত বিনিময়ৰ সময়ত সীতাৰাই শ্বেয়াৰ কৰে যে তেওঁ সদায় চলচ্চিত্ৰ উদ্যোগৰ প্ৰতি আগ্ৰহী আৰু মাকৰ আত্মবিশ্বাসৰ পৰা প্ৰেৰণা লাভ কৰিছে।

ইয়াৰ পূৰ্বে মহেশ বাবুৱে ছ’চিয়েল মিডিয়াত কন্যাৰ প্ৰথম ফেশ্বন গিগৰ শলাগ লৈছিল। অভিনেতাগৰাকীয়ে সীতাৰাৰ ফটো আৰু ভিডিঅ’ৰ পিএমজে জুৱেলছৰ সৈতে শ্বেয়াৰ কৰে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ