--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতা খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। আপুনি জানেনে যে কেঁচা অমিতা খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কেঁচা অমিতাত ভিটামিন এ,ভিটামিন বি,ফাইবাৰ আৰু পটাছিয়াম আদি উপাদান থাকে। ইয়াৰ পৰা স্বাস্থ্যই বহু উপকাৰ লাভ কৰে। কেঁচা অমিতা খোৱাটো মহিলাৰ বাবে বিশেষভাৱে উপকাৰী। কেঁচা অমিতাই মহিলাৰ কি কি উপকাৰিতা সাধন কৰে জানো আহক

মহিলাৰ বাবে কেঁচা অমিতাৰ উপকাৰিতা-

১) প্ৰস্ৰাৱৰ সংক্ৰমণ নোহোৱা হৈ যায়ঃ  প্ৰস্ৰাৱৰ সংক্ৰমণ মহিলাৰ এক সাধাৰণ সমস্যা। বেছিভাগ মহিলাই এই সমস্যাৰ সন্মুখীন হয়। এনে পৰিস্থিতিত যদি আপুনিও এই সমস্যাৰ বাবে অশান্তি পাইছে, তেন্তে কেঁচা অমিতা সেৱন কৰা উচিত। কেঁচা অমিতাত থকা মৌলবোৰে শৰীৰৰ সংক্ৰমণ ৰোধ কৰাৰ কাম কৰে। সেইবাবেই মহিলাসকলে কেঁচা অমিতা সেৱন কৰিব লাগে।

২) পিৰিয়ডৰ বিষ নাইকিয়া হৈ যায়ঃ বহু মহিলাৰ মাহেকীয়া বা পিৰিয়ডৰ সময়ত তীব্ৰ বিষ হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ কেঁচা অমিতা খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। কেঁচা অমিতা সেৱন কৰিলে শৰীৰত অক্সিট’ছিছৰ পৰিমাণ বৃদ্ধি পায়। যাৰ বাবে মাহেকীয়াৰ সময়ত হোৱা বিষত সকাহ পোৱা যায়। সেইবাবেই মহিলাসকলে ইয়াক গ্ৰহণ কৰিব লাগে।

৩) তেজৰ ছুগাৰ নিয়ন্ত্ৰণঃ ডায়েবেটিছৰ সমস্যা মহিলাৰ ক্ষেত্ৰত অতি বেছি। ডায়েবেটিছৰ সমস্যাত কেঁচা অমিতা খোৱাটো অতি উপকাৰী বুলি বিবেচিত হয়। সেইবাবেই যিসকল লোকৰ ডায়েবেটিছৰ সমস্যা আছে, তেনে লোকে কেঁচা অমিতা খাব লাগে। ইয়াৰ ফলত তেজৰ ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত সহায় হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ