--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কল এবিধ পুষ্টিকৰ ফল।  কলত শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ পুষ্টি থাকে।  কলে আমাৰ ভোক নিবাৰণ কৰে। বহুতে কয় যে   পিচিঅ'এছ বা পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰোম থকা মহিলাসকলে বেছি কল খাব নালাগে।পিচিঅ'এছ হৈছে এক ৰোগ, য'ত মহিলাৰ শৰীৰত হৰমনৰ তাৰতম্য ঘটে। 

 ফলস্বৰূপে, মহিলাৰ  ডিম্বাশয় ডাঙৰ হৈ পৰিব পাৰে। কিছু ক্ষেত্ৰত  সৰু চিষ্টো সৃষ্টি হ’ব পাৰে।  এই ৰোগৰ এটা অন্যতম কাৰণ হৈছে মেদবহুলতা বা ওজন বৃদ্ধি, অনিয়মীয়া খাদ্যাভ্যাস, ব্যায়াম বা শাৰীৰিক শ্ৰমৰ অভাৱ ইত্যাদি। এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় হৈছে  দৈনন্দিন খাদ্যাভ্যাস  সঠিক কৰি তোলা। যিসকলৰ পিচিঅ'এছ আছে, তেওঁলোকে কল কমাই খোৱাই ভাল বুলি বহুতেই  কয়। বহুতৰ মতে কলে ওজন বৃদ্ধি কৰে বাবেই পিচিঅ'এছ থকাসকলে কল খাব নালাগে। কিন্তু সেয়া সঁচা নহয়। 

ক’লে ওজন হ্ৰাস কৰাতহে সহায় কৰে।  কিন্তু বিশেষজ্ঞসকলৰ মতে   পিচিঅ'এছ থকাসকলে কল খালে দেহত ইনচুলিন প্ৰতিৰোধৰ মাত্ৰা বেছি হ’ব পাৰে। কাৰণ কলে ইনচুলিন প্ৰতিৰোধত সহায় কৰে।  ইনচুলিন প্ৰতিৰোধ হৈছে শৰীৰত ইনচুলিন উৎপাদন হয়, কিন্তু শৰীৰে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰে। ওজন বেছি বা মেদবহুলতা থকা লোকৰ ক্ষেত্ৰত ইনচুলিন প্ৰতিৰোধৰ ঘটনা বেছিকৈ হয়। গতিকে  পিচিঅ'এছ থকাসকলে প্ৰতিদিনে কল খালে  ইনচুলিন প্ৰতিৰোধৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। 

 বিশেষজ্ঞসকলৰ মতে পিচিঅ'এছ  থকাসকলে সেয়ে কমাই কল খোৱা ভাল। কলত প্ৰচুৰ  পটাছিয়াম, মেগনেছিয়াম আদি থাকে। ইয়াৰ উপৰি আঁহৰ এটা উৎস হৈছে কল। কলত  দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ থাকে। এইবোৰে  ওজন বৃদ্ধি নকৰে, কিন্তু ওজন  হ্ৰাস কৰাতহে সহায় কৰে।কলত চেনী বা কাৰ্বোহাইড্ৰেট অধিক থাকে। কলত প্ৰকৃততে প্ৰাকৃতিক চেনী থাকে। এই প্ৰাকৃতিক চেনী সমৃদ্ধ কল  অধিক স্বাস্থ্যকৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক