--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনত জনসংখ্যা নিয়ন্ত্ৰণৰ সম্পৰ্কত এটা লক্ষ্যণীয় ভাষ্য প্ৰদান কৰিছে। তেওঁ কৈছে যে মহিলাসকল 'অশিক্ষিত' আৰু পুৰুষসকল 'উদাসীন', সেইকাৰণে ৰাজ্যখনৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। তাৰপাছতে সৃষ্টি হৈছে বিতৰ্কৰ।

'সমাধান যাত্ৰা' নামৰ এটা কাৰ্যসূচীৰ সময়ত শনিবাৰে বিহাৰৰ বৈশালী অঞ্চলত এখন ৰাজহুৱা সভাত ভাষণ দি জেডি(ইউ)ৰ মুৰব্বীয়ে এই মন্তব্য কৰে। নীতিশে কয়- "যদি মহিলাসকল শিক্ষিত হ'লহেঁতেন, জন্মৰ হাৰ হ্ৰাস পালেহেঁতেন। এয়াই বাস্তৱ। আজিকালি মহিলাসকল শিক্ষিত নহয়।’’

তাতেই শেষ নহয়। নীতিশে এইদৰেও কৈছে- "যদি মহিলাসকল শিক্ষিত হ'লহেঁতেন, তেওঁলোকে জানিব পাৰিলেহেঁতেন যে তেওঁলোক গৰ্ভাৱস্থা প্ৰতিহত কৰিবলৈ কি কৰিব লাগে। তেওঁলোকে এই বিষয়ে অৱগত হোৱা হ’লে! মানুহবোৰ উদাসীন।’’

বিহাৰৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধী বিজেপিয়ে নীতিশৰ মন্তব্যক সমালোচনা কৰিছে। বিহাৰৰ বিৰোধী দলপতি সম্ৰাট চৌধুৰীয়ে টুইট কৰি কয়, "মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ব্যৱহাৰ কৰা শব্দবোৰ অসংবেদনশীল। এনে শব্দ ব্যৱহাৰ কৰি তেওঁ মুখ্যমন্ত্ৰীৰ পদক কলংকিত কৰিছে। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক