--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ম আৰু বিশ্বাসৰ আশ্ৰয় লৈ বহুতে বহু অপকৰ্ম চলোৱাৰ উদাহৰণ যথেষ্ট আছে৷ শেহতীয়াকৈ এক জঘন্য কাণ্ড কৰি বাতৰিৰ শিৰোনামালৈ আহিছে এজন বাবা৷ তেওঁৰ নাম - অমৰপুৰী ওৰফে জেলেবী  বাবা৷ বাবা ৰূপী এইজন ভণ্ডৰ বিৰুদ্ধে এটা দুটা নহয়, প্ৰায় ১২০ টা ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে৷ 
একেসময়তে আৰক্ষীয়ে এই লম্পটজনৰ বাসগৃহৰ পৰা জব্দ কৰিছে  ৩০ খনতকৈও অধিক অশ্লীল চিডি৷ 

এইজন বাবাই মহিলাক ধৰ্ষণ কৰিয়েই ক্ষান্ত নাথাকে৷ অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইল কৰাৰো অভিযোগ উত্থাপন হৈছে জেলেবী বাবাৰ বিৰুদ্ধে। কিছুদিন পূৰ্বে হাৰিয়ানাৰ ফতেহাবাদৰ  চহৰত তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে৷এই ভিডিঅ’ লম্পট বাবাজনক  এগৰাকী মহিলাৰ সৈতে অশ্লীল কৰ্মত লিপ্ত হোৱা দেখা গৈছিল৷ 

জনসাধাৰণৰ অভিযোগৰ ভিত্তিত  টোহানা আৰক্ষীয়ে ২০১৮ চনৰ ১৯ জুলাইত অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ৷ তেতিয়া টোহানা নগৰ আৰক্ষী থানা দায়িত্বত থকা প্ৰদীপ কুমাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্তক ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক