--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; অৱশেষত মুখ খুলিলে কংগ্ৰেছ সাংসদ শশী থাৰুৰে৷ মহুৱা মৈত্ৰৰ ফটো বিতৰ্কৰে সাঙোৰ খাইছিল শশী থাৰুৰৰ নাম৷ শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰৰ সৈতে তেওঁৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত হোৱা নিন্দাক নিম্ন পৰ্যায়ৰ ৰাজনীতি বুলি অভিহিত কৰে শশী থাৰুৰে৷

কেৰালাৰ কোট্টায়ামত সাংবাদিকৰ আগত থাৰুৰে কয়, এয়া ইমান নিম্ন পৰ্যায়ৰ ৰাজনীতি। সেই শিশুটোৰ জন্মদিন আছিল। মই তেওঁক শিশু বুলি ক’ব নোৱাৰো, কিন্তু মোৰ বাবে শিশুৰ দৰেই৷ তেওঁ মোতকৈ ১০ৰ পৰা ২০ বছৰ সৰু। এইটো তেওঁৰ জন্মদিনৰ পাৰ্টি আছিল আৰু তাত ১৫জন লোক উপস্থিত আছিল৷

তেওঁ লগতে কয়, মোৰ ভনীকো আমন্ত্ৰণ জনোৱা হৈছিল আৰু তেৱোঁ উপস্থিত আছিল। অৱশ্যে, কিছু লোকে ইচ্ছাকৃতভাৱে আনসকলক উলিয়াইছিল আৰু ইয়াক কিছুমান গোপন ব্যক্তিগত সাক্ষাৎ হিচাপে উপস্থাপন কৰিছিল। যিকোনো লোকে এই ফটোবোৰ চালে ভাবিব লাগে যে ফটোখন কোনে তুলিলেঁহেঁতেন যদি এইটো সঁচাকৈয়ে এয়া গোপন সাক্ষাৎ হ’লহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ