--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সূৰ্যখাতা গাঁৱৰ ফকিৰ চান্দ মণ্ডল সহ কেইবাজনো লোকৰ বিৰুদ্ধে উত্থাপন হৈছে মৰেল পুলিচিংৰ অভিযোগ।

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা। এইবাৰৰ স্থান বিলাসীপাৰাৰ সূৰ্যখাতা প্ৰথম খণ্ড গাঁৱত। মোবাইল চোৰৰ অভিযোগত এজন মানসিক বিকাৰগ্ৰস্ত যুৱকক বিদ্যুতৰ খুঁটাত বান্ধি তালিবানী শাস্তি। 


সূৰ্যখাতা গাঁৱৰ ফকিৰ চান্দ মণ্ডল সহ কেইবাজনো লোকৰ বিৰুদ্ধে উত্থাপন হৈছে মৰেল পুলিচিংৰ অভিযোগ। ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকৰ পৰিয়ালে বিলাসীপাৰা থানাত দাখিল কৰিছে এজহাৰ। 


ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে আটক কৰিছে মূল অভিযুক্ত ফকিৰ চান্দ মণ্ডলক। আইন হাতত তুলিলৈ ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত কৰা আটাইকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিভিন্ন জনে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন