--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই সংঘৰ্ষৰ ফলত চাৰিচকীয়া বাহনখনত থকা কোছপাৰাৰ লৱ দাস নামৰ ৪০ বছৰীয়া লোকজন থিতাতে নিহত হোৱাৰ লগতে কোছপাৰাৰে নিতুল ঠাকুৰীয়া নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়।

ডিজিটেল ডেস্কঃ দক্ষিণ কামৰূপৰ মিৰ্জাৰ চ'কত যোৱা নিশা প্ৰায় ২ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহন আৰু এখন ট্ৰাকৰ মাজত হয় ভয়ংকৰ মুখামুখি সংঘৰ্ষ ।


এই সংঘৰ্ষৰ ফলত চাৰিচকীয়া বাহনখনত থকা কোছপাৰাৰ লৱ দাস নামৰ ৪০ বছৰীয়া লোকজন থিতাতে নিহত হোৱাৰ লগতে কোছপাৰাৰে নিতুল ঠাকুৰীয়া নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়।


পোন প্ৰথমে মিৰ্জাৰ চৰকাৰী চিকিৎসালয়ত দুয়োজনকে লৈ যোৱা হয় যদি লৱ দাসক চিকিৎসকে মৃত ঘোষণা কৰে। পৰৱৰ্তী সময়ত লৱ দাসৰ মৃতদেহ পলাশবাৰী আৰক্ষী থানাৰ মৰ্গত ৰখা হয় আৰু আনফালে নিতুল ঠাকুৰীয়াক উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।


ইফালে আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় লৱ দাসৰ মৃতদেহ। উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। দুৰ্ঘটনাগ্ৰস্ত চাৰি চকীয়া বাহন খনৰ নম্বৰ হৈছে AS01 AL2398 আনহাতে ট্ৰাক খনৰ নম্বৰ হৈছে AS01 TC 9882।


এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ