--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ফৰকাল ৰাতিপুৱা। কিন্তু আলিয়া ভাটৰ মন ক’লা ডাৱৰেৰে আৱৰা। মন বেয়া নহ'বইবা কিয়? অভিনেত্ৰীগৰাকীক গুৰুত্বই দিয়া নাই তেওঁৰ মৰমৰ এডৱাৰ্ডে!

কিন্তু এডৱাৰ্ড কোন? আলিয়াই ৰণবীৰ কাপুৰৰ বাহিৰে আন কাৰোবাক মন দিছে নেকি? নহয়, এডৱাৰ্ড হৈছে আলিয়াৰ পোহনীয়া মেকুৰিটোৰ নামহে!

আলিয়া উজ্জ্বল ৰ'দত বিচনাত বহি আছে। বগা ৰঙৰ এডৱাৰ্ড তেওঁৰ কাষত আছে। আলিয়াৰ প্ৰিয় পোহনীয়া মেকুৰী এডৱাৰ্ড। কিন্তু আনকি আলিয়ালৈও চোৱা নাই মেকুৰিটোৱে। নিজৰ চিন্তাত মগ্ন আছে আলিয়াৰ প্ৰিয় পোহনীয়া জন্তুটো। সেইবাবেই বলীউডৰ তাৰকা আলিয়া বিচলিত হৈছে। ছ'চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰি আলিয়াই লিখে, "এটা সুন্দৰ দিন। কিন্তু মোৰ মেকুৰীটোৱে মোক একেবাৰে পাত্তা দিয়া নাই।’’ 




বগা কপাহৰ দৰে চুলি আৰু উৎসুকী চকু। আলিয়াৰ প্ৰিয় এই হিমালয়ান মেকুৰি এডৱাৰ্ড সামাজিক মাধ্যমতো যথেষ্ট জনপ্ৰিয়। বালিউডত এটা গুঞ্জন আছে যে প্ৰাক্তন প্ৰেমিক সিদ্ধাৰ্থ মালহোত্ৰাই এডৱাৰ্ডক আলিয়াক উপহাৰ হিচাপে দিছিল। যদিও আলিয়াৰ সৈতে সিদ্ধাৰ্থৰ প্ৰেমৰ সম্পৰ্ক ভংগ হৈছে, এডৱাৰ্ড এতিয়াও আলিয়াৰ আজীৱন পোহনীয়া জন্তু।

মেকুৰীৰ প্ৰতি আলিয়াৰ প্ৰেম অনুৰাগীসকলৰ বাবে অজ্ঞাত নহয়। কেৱল তেওঁৱেই নহয়, তেওঁৰ ভগ্নী শ্বাহিন ভট্টও এগৰাকী মেকুৰীপ্ৰেমী। দুয়োগৰাকী ভগ্নীয়ে কেতিয়াবা তেওঁলোকৰ পোহনীয়া জন্তু এডৱাৰ্ড আৰু জুনিপাৰৰ সৈতে সামাজিক মাধ্যমত ফটো পোষ্ট কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক