--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আঠ ঘণ্টাজোৰা মাৰাথন জেৰাৰ অন্তত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াক গ্ৰেপ্তাৰ কৰিছে চিবিআই-এ৷ ইতিমধ্যে মনীষ ছিচোদিয়াৰ গ্ৰেপ্তাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টীয়ে৷

শেহতীয়াকৈ ছিচোদিয়াৰ গ্ৰেপ্তাৰক লৈ মুখ খুলিছে তেওঁৰ দীৰ্ঘকালৰ সংগী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ অৰবিন্দ কেজৰিৱালে ছিচোদিয়াক নিৰ্দোষী আখ্যা দিছে৷ এটা টুইটযোগে তেওঁ কয়, ‘মনীষ নিৰ্দোষী৷ তেওঁৰ গ্ৰেপ্তাৰ হৈছে লেতেৰা ৰাজনীতি। মনীষক গ্ৰেপ্তাৰ কৰাৰ বাবে জনসাধাৰণ ক্ষোভিত হৈ পৰিছে৷ সকলোৱে সকলো কথা চাই আছে। জনসাধাৰণে সকলো বুজি পাইছে। তেওঁলোকেই ইয়াৰ প্ৰত্যুত্তৰ দিব।

মনীষ ছিচোদিয়াৰ গ্ৰেপ্তাৰে আম আদমী পাৰ্টীৰ আত্মাক আৰু অধিক উৎসাহিত কৰাৰ লগতে দলীয় সংগ্ৰাম শক্তিশালী কৰিব বুলি মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক