--°C
Loading...
Listen to Article
2 min read
80%
 
মেষ ৰাশি – আপোনাৰ দিনটো ভালদৰে পাৰ হ’ব। আপুনি এটা নতুন ব্যৱসায়ৰ বাবে ডাঙৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ পৰা সমৰ্থন পাব। অজ্ঞাত বাধা সুন্দৰকৈ পাৰ হ'ব।

বৃষৰাশি – এটা ডাঙৰ সমস্যা সমাধান হ’ব। পৈতৃক সম্পত্তিৰ সৈতে সম্পৰ্কিত বাধাবোৰ আঁতৰ হ’ব। কাকো সম্পূৰ্ণৰূপে বিশ্বাস কৰা উচিত নহয়। ব্যৱসায়ৰ বৃহৎ বিকাশে আপোনাৰ মনোবল বৃদ্ধি কৰিব।

মিথুন ৰাশি – আজি দিনটো মধ্যমীয়া। পত্নীক প্ৰতাৰণা নকৰিব। ভ্ৰমণ পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। আনে কোৱা কথাত সোমাব নালাগে। কাৰোবাৰ সৈতে বিবাদ হ’ব পাৰে।

কৰ্কট ৰাশি – পাৰিবাৰিক কাম বোৰ সম্পূৰ্ণ কৰিবলৈ দ্বিধা নকৰিব। কাৰ্যালয়ত আপোনাৰ দক্ষতাৰ প্ৰশংসা কৰিব। ব্যৱসায়ৰ অস্থিৰতা নাইকিয়া হ’ব। আনৰ সমস্যাত নিজকে জড়িত নকৰিব। 

সিংহ ৰাশি – পুৰণি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাত আপুনি বহুত সুখী হ’ব। প্ৰেমিকসকলৰ বাবে দিনটো ভাল। সামাজিক স্থিতি শক্তিশালী হ’ব। চৰকাৰী কাম কৰা লোকসকলৰ বাবে দিনটো খুবেই ভাল হ’ব। চিনেমা চাবলৈ যোৱাৰ যোগ আছে। 

কন্যা ৰাশি-  ব্যৱসায় সম্পৰ্কীয় লেনদেনত অনিয়মৰ বাবে সমস্যা হ’ব পাৰে। এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে অসাৱধান হ’ব পাৰে। 

তুলাৰাশি – কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে। পেটৰ সমস্যা থাকিব। মনৰ সমস্যাবোৰ পৰিয়ালৰ সৈতে ভাগ বতৰা কৰক। ঋণৰ পৰিমাণ পৰিশোধ কৰিবলৈ সক্ষম হ’ব।

বৃশ্চিক ৰাশি –  কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে।ব্যৱসায়ত লাভ পাব। আজি বয়োবৃদ্ধ সকলৰ পৰা অভিজ্ঞতাৰ সুবিধা পাব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে । 

ধনু ৰাশি –  সামাজিক কামৰ পৰা সন্তুষ্টি লাভ কৰিব। সন্মান বৃদ্ধি পাব। অমীমাংসিত কামবোৰ সম্পূৰ্ণ হোৱাৰ যোগ । বিনিয়োগ সম্পৰ্কীয় কাম সহজে কৰা হ’ব। নিযুক্তিপ্ৰাপ্ত লোকৰ দৰমহা বৃদ্ধি হ’ব পাৰে।

মকৰ ৰাশি-  আজিৰ দিনটো আপোনাৰ বাবে এক সুন্দৰ দিন হ’ব। সৰ্বশ্ৰেষ্ঠ কামৰ বাবে পুৰস্কাৰো লাভ কৰিব পাৰে। সম্পদ বৃদ্ধি হ’ব। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে।

কুম্ভ ৰাশি – আজি আপোনাৰ যাত্ৰাৰ যোগ আছে । নিজকে সংগঠিত আৰু শৃংখলাবদ্ধ কৰি ৰাখিব। বিষয়াসকলৰ সৈতে অত্যাধিক তৰ্ক নকৰিব। অনিয়ন্ত্ৰিত খোৱাৰ ফলত পেটৰ বিষ আৰম্ভ হ’ব পাৰে। 

মীন ৰাশি – আজিৰ দিনটো আপোনাৰ বাবে এটা আনন্দদায়ক দিন হিচাপে প্ৰমাণিত হ’ব। ক্ৰোধ নিয়ন্ত্ৰণ কৰক। বিবাহিত জীৱনত প্ৰেম বৃদ্ধি হ’ব। আপুনি প্ৰেমৰ সম্পৰ্ক সম্পূৰ্ণৰূপে উপভোগ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ