--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাওণ মাহৰ শুক্ল পক্ষৰ পঞ্চমী অৰ্থাৎ আজি নাগপঞ্চমী উদযাপন কৰা হৈছে। আজিৰ দিনটোত সৰ্পদেৱতাৰ পূজা কৰাৰ সমান্তৰালভাৱে কিছু কাম কৰাটোও নিষিদ্ধ কৰা হৈছে। অন্যথা অসন্তুষ্ট হৈ পৰিব সৰ্পদেৱতাৰ। যিহেতু নাগ ভগৱান ধনৰ ৰক্ষক, গতিকে সাপৰ অসন্তুষ্টিয়ে ঘৰখনৰ পৰা সুখ-সমৃদ্ধি নোহোৱা হ’ব পাৰে। সেয়েহে জানো আহক নাগপঞ্চমীৰ দিনা কি কৰা উচিত আৰু কি অনুচিত।

 ১. মাটি খান্দিব নালাগে:-নাগপঞ্চমীৰ দিনা মাটি খান্দিব নালাগে। আচলতে মাটিত থকা গাঁতত সাপ থাকে, মাটি খান্দিলে গাঁতত থকা সাপবোৰে আঘাত পাব পাৰে। গতিকে আজি এই কাম নকিৰব নালাগে, লগতে বছৰৰ কোনো দিনতে ইচ্ছাকৃতভাৱে সাপক আঘাত দিব নালাগে।

 ২. শাক কাটিব নালাগেঃ-নাগপঞ্চমীত সেউজীয়া শাক কটাটো নিষিদ্ধ। কাৰণ আজিৰ দিনটোত সেউজীয়া শাক-পাচলি খাব নালাগে।

 ৩. গছ কাটিব নালাগে:-যিহেতু গছতো সাপ থাকে, সেয়ে নাগপঞ্চমীৰ দিনা গছ কাটিব নালাগে। দৰাচলতে গছবোৰ হ’ল আমাৰ অস্তিত্বৰ আধাৰ, সেয়ে কেতিয়াও গছ কাটিব নালাগে।

 ৪. চিলাই কাম নকৰিব:-নাগপঞ্চমীৰ দিনা বেজী-সূতাও ব্যৱহাৰ নকৰিব। লগতে আন চোকা বস্তু ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

 ৫. শিৱক পূজা কৰক:-নাগপঞ্চমীৰ দিনা ভগৱান শিৱক পূজা কৰক। ভোলেনাথৰ পূজা অবিহনে সৰ্পদেৱতাৰ পূজা অসম্পূৰ্ণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ