--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত দুমাহ ধৰি মণিপুৰত জাতিগত হিংসাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পেজত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত দেখা গৈছে যে ৰাজপথত মহিলাক উলংগ কৰি কাপোৰ ফালি পেলোৱা হৈছে। লগতে  মহিলা দুগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই।

ভাইৰেল ভিডিঅ’টো দেখাৰ লগে লগে বলীউডৰ তাৰকা অক্ষয় কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অলপতে অক্ষয়ে ছ’চিয়েল মিডিয়া পেজত এটা টুইট কৰি মণিপুৰৰ হিংসা বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। সেই টুইটত অভিনেতাগৰাকীয়ে লিখিছে, "মণিপুৰত মহিলাৰ ওপৰত এনে বৰ্বৰতা দেখি মই স্তম্ভিত হৈ পৰিছো। আশাকৰোঁ, দোষীক কঠোৰ শাস্তি আৰু আদৰ্শগতভাৱে দিয়া হ’ব, যাতে ভৱিষ্যতে কোনেও এনে কাম পুনৰ কেতিয়াও কৰাৰ কথা নাভাবিব।”

পৰিচালক বিবেক অগ্নিহোত্ৰী, অভিনেতা সোণু ছুদ, অভিনেত্ৰী কিয়াৰা আদৱানীয়েও ছ’চিয়েল মিডিয়া পেজত যোগদান কৰিছে। এটা দীঘলিয়া টুইটেৰে অগ্নিহোত্ৰীয়ে লিখিছে যে জীৱনৰ অধিকাৰ হেৰাই গৈছে। সোণু ছুদ আৰু কিয়াৰা আদৱনীয়ে অতি সোনকালে মণিপুৰৰ হিংসাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ