--°C
Loading...
Listen to Article
2 min read
80%

মনোকিনি পোচাক, চিত্ৰাংগদা সিঙৰ ‘হট’ ফটো... এইবাৰ ছ’চিয়েল মিডিয়াত ক’লা মনোকিনিৰ জুই

ডিজিটেল ডেস্ক: পৃথক আৰু আকৰ্ষণীয় সৌন্দৰ্যৰ গৰাকী তেওঁ৷ তেওঁৰ লয়লাসে বিমুগ্ধ কৰে অনুৰাগীক৷ তেওঁ হৈছে অভিনেত্ৰী চিত্ৰাংগদা সিং৷ চিত্ৰাংগদাই অভিনয় আৰু লয়লাসে কম দিনটেই বলীউডত চাপ ৰাখিবলৈ সক্ষম হৈছে। তেওঁৰ সৌন্দৰ্যত মুহিত হয় অনুৰাগী। এইবাৰ, অভিনেত্ৰীগৰাকীৰ এখন ফটোৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে৷ ছ’চিয়েল মিডিয়াত এইবাৰ মনোকিনি ৰূপত অভিনেত্ৰী চিত্ৰাংগদা। অভিনেত্ৰীগৰাকীৰ এই হট অৱতাৰে সামাজিক মাধ্যমত লগাইছে জুই। ক’লা মনোকিনি ৰূপে বিমুগ্ধ কৰিছে চিত্ৰাংগদাৰ অনুৰাগীক। ফটোখনত দেখিবলৈ পোৱা গৈছে যে, অভিনেত্ৰীগৰাকীয়ে ক’লা বডীচুট পিন্ধিছে। বডীচুটটো চামৰাৰে তৈয়াৰী বুলি জানিবলৈ পোৱা গৈছে৷ এই ফটো ছ’চিয়েল মিডিয়াত পোষ্ট হোৱাৰ লগে লগে কমেণ্টৰ বৰষুণ হয় অনুৰাগীৰ৷ কোনোৱে যদি মন্তব্য কৰিছে মুহিনী বুলি৷ কোনেও আকৌ মন্তব্য কৰিছে জুই বুলি৷ মুঠতে চিত্ৰাংগদাৰ সৌন্দৰ্যৰ জ্বৰে দহিছে অনুৰাগীক৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
বোকাখাতত আকাশৰ পৰা সৰি পৰিল ডাৱৰ!
ডিমৌ-নিতাইপুখুৰী পথত দিনদুপৰতে দুৰ্বৃত্তই লুটি নিলে ১০ লক্ষাধিক টকা
বিলাসীপাৰাত চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান
ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই