--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱটৰ অনুষ্ঠান 'লক আপ'ৰ পৰা বাহিৰ হৈছে ৰাজনৈতিক বিশ্লেষক তেহচিন পুনাৱালা। তেহচিন পুনাৱালা হৈছে প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাৰ ভনী জোঁৱাই। 'লক আপ'ৰ পৰা বাহিৰ হোৱাৰ পূৰ্বে তেহচিন পুনাৱালাই এনে এক নিজৰ গোপন কাহিনী প্ৰকাশ কৰিছে যিয়ে অনুষ্ঠানটোৰ প্ৰতিযোগীসকলৰ লগতে দৰ্শকসকলক হতবাক কৰি তুলিছে। লক আপ'ত প্ৰকাশ গোপন কাহিনী দেশৰ এজন শীৰ্ষ উদ্যোগপতিৰ পত্নীৰ সৈতে যৌন সম্ভোগ কৰাৰ প্ৰস্তাৱ পাইছিল তেহচিন পুনাৱালাই। তেহচিনক এই প্ৰস্তাৱ উদ্যোগপতিগৰাকীয়ে নিজে দিছিল। তেহচিনে কয় যে "মোক ভাৰতৰ এজন শীৰ্ষ উদ্যোগপতিয়ে তেওঁৰ পত্নীৰ সৈতে শুবলৈ এটা প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱৰ ভিত্তিত তেওঁ এটা সপ্তাহৰ বাবে মোৰ গোটেই নাইটক্লাবটো বুক কৰিছিল। উদ্যোগপতিগৰাকীয়ে মোক তেওঁৰ পত্নীৰ সৈতে যৌন সম্ভোগ কৰা চাব বিচাৰিছিল। মই এই প্ৰস্তাৱ সম্পূৰ্ণৰূপে উপভোগ কৰিছিলো। উদ্যোগপতিজনে এই সকলোবোৰ ওচৰতে বহি চাই আছিল। লক আপ'ত প্ৰকাশ গোপন কাহিনী মই এই কাম কৰি অলপো অনুতপ্ত নহয়, কিয়নো মই একো ভুল কৰা নাই। উদ্যোগপতিগৰাকীয়ে তেওঁৰ পত্নীক মোৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাটো বিচাৰিছিল আৰু তেওঁ সেই অভিজ্ঞতা চাব আৰু উপভোগ কৰিব বিচাৰিছিল। তেহচিন পুনাৱালাই অৱশ্যে উদ্যোগপতিগৰাকীৰ নাম প্ৰকাশ নকৰিলে। তেহচিনে এই গোপন কাহিনী প্ৰকাশ কৰাৰ পাছত কংগনা ৰাণাৱটে তেওঁক সুধিছিল, 'আপোনাৰ পত্নীয়ে এই কথা জানে নে?' [caption id="attachment_137516" align="aligncenter" width="300"]লক আপ'ত প্ৰকাশ গোপন কাহিনী পত্নী মণিকাৰ সৈতে তেহচিন[/caption] তেহচিনে কৈছিল যে বিয়াৰ পূৰ্বে পত্নীৰ সৈতে ডেটিং কৰি থাকোতে আৰম্ভণিতেই তেওঁ এই ঘটনাটোৰ বিষয়ে জনাইছিল। উল্লেখ্য এই কাহিনী কোৱাৰ পাছতেই 'লক আপ'ৰ পৰা বাহিৰ হয় তেহচিন পুনাৱালা। 'লক আপ' নামৰ এই ৰিয়েলিটী শ্ব’টোত কংগনাক আয়োজক হিচাপে দেখিবলৈ পোৱা গৈছে। অনুষ্ঠানটোৰ প্ৰযোজনা একতা কাপুৰৰ। 'লক আপ' ২৭ ফেব্ৰুৱাৰীৰ পৰা অল্টবালাজী অ’টিটি প্লেটফৰ্মত সম্প্ৰচাৰিত হৈছে। আৰু পঢ়কঃ পোহনীয়া কুকুৰক ৫ কোটি টকাৰ হীৰাৰ চেইন উপহাৰ! সুৰক্ষাৰ বাবে দেহৰক্ষী নিয়োগ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু