--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এয়া খ্ৰীষ্টানধৰ্মীসকলৰ প্ৰতি থকা আক্ৰোশ নেকি? ভাৰতত মাদাৰ টেৰেছা মিশ্যনেৰীসমূহৰ বেংক একাউণ্টবোৰ মোদী চৰকাৰে বন্ধ কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইয়াকে লৈ এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ।


মোদী চৰকাৰৰ নিৰ্দেশত মাদাৰ টেৰেছাৰ মিশ্যনেৰী অব চেৰিটীৰ সকলো বেংক একাউণ্ট বন্ধ কৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত টুইটাৰত মাত মাতে। তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে, 'এয়া শুনি স্তব্ধ হৈ পৰিছো যে কেন্দ্ৰীয় মন্ত্ৰালয়ে ভাৰতত মাদাৰ টেৰেছাৰ মিশ্যনেৰী অব চেৰিটীৰ সকলো বেংক একাউণ্ট বন্ধ কৰাই দিছে। তেওঁলোকৰ ২২,০০০ ৰোগী তথা কৰ্মচাৰীক আহাৰ আৰু ঔষধ অবিহনে এৰি দিয়া হৈছে।' লগতে ইয়াৰ উচিত ন্যায়ৰো দাবী কৰে মমতাই। কিন্তু ইয়াৰ পাছতেই সৃষ্টি হয় বিতৰ্কৰ। মাদাৰ টেৰেছাৰ মিশ্যনেৰী অব চেৰিটীয়ে মমতাৰ এই অভিযোগ খণ্ডন কৰি কয় যে তেওঁলোকৰ কোনো বেঃক একাউণ্ট বন্ধ কৰোৱা হোৱা নাই। এক সংবাদ মেলযোগে মিশ্যনেৰী অব চেৰিটীয়ে মমতা বেনাৰ্জীৰ সকলো অভিযোগ খণ্ডন কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও পোনচাতে নাকচ কৰে মমতাৰ অভিযোগ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি