--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনলাইন পৰ্টেলৰ প্ৰতি চৰকাৰে গুৰুত্ব দি আহিছে। সময়ে সময়ে চৰকাৰে বহুতো নতুন ৱেবছাইট আৰু পৰ্টেল মুকলি কৰি আছে। এতিয়া তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়েও একেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া এই সপ্তাহত মন্ত্ৰালয়ে মুকলি কৰিব চাৰিটা অনলাইন পৰ্টেল। এই সন্দৰ্ভত চৰকাৰে প্ৰস্তুত কৰা ভিডিঅ’ আৰু তথ্য শ্বেয়াৰ কৰা হ’ব।

এক প্ৰকাৰে এইখনেই হ’ব চৰকাৰৰ অনলাইন বাতৰি কাকত। ইয়াৰ উপৰিও এইটো এটা পৰ্টেল হ’ব য’ত সকলো বিজ্ঞাপন চৰকাৰে গ্ৰহণ কৰিব আৰু সকলো তথ্য একে ঠাইতে উপলব্ধ হ’ব।

চৰকাৰে এনে পদক্ষেপ লোৱাটো প্ৰথম নহয়। চাইবাৰ অপৰাধ বন্ধ কৰাৰ পৰা আৰম্ভ কৰি তথ্য ভাগ-বতৰা কৰালৈকে ভাৰত চৰকাৰে অহৰহ নতুন পদক্ষেপ গ্ৰহণ কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ অধীনত এতিয়া আন এক পদক্ষেপ লৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে- যাৰ দ্বাৰা জনসাধাৰণে চৰকাৰৰ নীতি সন্দৰ্ভত স্পষ্টভাৱে আলোকপাত হোৱা পাব। দেখা পালে ইউটিউবৰ দৰে এই পৰ্টেলত ভিডিঅ’ আপলোড কৰা হ’ব আৰু যিকোনো ব্যৱহাৰকাৰীয়ে গৈ চাব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement