--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খালিস্তানী সন্ত্ৰাসবাদীৰ বিভীষিকাই যেন খেদি ফুৰিছে হিন্দুত্ববাদী সংগঠনৰ একাংশ নেতাক৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেকে ধৰি আন বহুতে ভিডিঅ’টো এক্সত আপলোড কৰি কেৱল পাগুৰী পিন্ধাৰ বাবেই শীৰ্ষ আৰক্ষী  বিষয়াগৰাকীক খালিস্তানী আখ্যা দিয়াৰ বাবে সমালোচনা কৰিছে৷ 

ভিডিঅ’টোৰ সত্য-সত্যতা অৱশে্য প্ৰাগ নিউজ ডিজিটেলে পৰীক্ষা কৰি চোৱা নাই৷ খাৰ্গেৰ টুইট অনুসৰি ভিডিঅ’টোত আইপিএছ বিষয়া জছপ্ৰীত সিঙে একাংশ হিন্দুত্ববাদী সংগঠনৰ  কৰ্মীৰ  সৈতে কথা পাতি থকা দেখা গৈছে৷ কোনোবাই পাগুৰী মৰাৰ বাবেই শিখ বিষয়া জনক খালিস্তানী বুলি কৈছে৷ 


তাতেই খং উঠিছে বিষয়াগৰাকীৰ৷ তেওঁ তেওঁক অপবাদ দিয়াসকলক উভতি ধৰা দেখিবলৈ পোৱা গৈছে৷ তেওঁ কৈছে " মই পাগুৰি পিন্ধি আছো,সেয়ে আপোনালোকে  মোক খালিস্তানী বুলি কৈছে৷" ভিডিঅ’টো সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গেই এক্সত লিখিছে- মোডীজী, আপোনাৰ একমাত্ৰ লক্ষ্য হৈছে ধৰ্ম  আৰু সম্প্ৰদায়ৰ মাজত শত্ৰুতা, ঘৃণা আৰু হিংসা বিয়পোৱা। আপোনাৰ শাসন হৈছে বিভাজনমূলক ৰাজনীতি "অমৃত কাল"!

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী