--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একান্ত ভক্ত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট৷  মোদীৰ অনুৰাগী কংগনাই সেয়ে প্ৰায়ে মোদীৰ কৰ্মৰাজিক প্ৰশংসা কৰি আহিছে৷এক কথাত কংগনাই সদায় মোদীৰ প্ৰতি তেওঁৰ আনুগত্য দেখুৱাই আহিছে। শেহতীয়াকৈ কংগনাই মোদীৰ চকুত কিবা এটা বিচাৰি পাইছে৷ 

মোদীৰ চকুৰেই কংগনাই  দেশৰ ভৱিষ্যত দেখিছে।শেহতীয়াকৈ কংগনাই ইনষ্টাগ্ৰাম ষ্টৰীত মোদীৰ এখন ফটো পোষ্ট কৰিছে।তেওঁ লিখিছে  "আমি সকলোৱে জানো যে মোডীজী আমাৰ ভিতৰৰে  এজন মানুহ। কিন্তু তেওঁ অসাধাৰণ। তেওঁৰ চকুলৈ চাওঁক। তেওঁৰ চকুত আৱেগ আছে, অনুভৱ আছে। সততা আছে। তেওঁৰ তৰোৱালৰ দৰে তীক্ষ্ণ সাহস আছে। "

 


যোৱা বছৰ ১৭ ছেপ্টেম্বৰত মোদীৰ জন্মদিনত কংগনাই লিখিছিল, "চাহ বিক্ৰেতাৰ পৰা দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তিলৈকে। জীৱনৰ কি এক আশ্চৰ্যকৰ উত্থান। আপোনাক দীঘলীয়া জীৱনৰ শুভেচ্ছা জনাইছো। আপুনি ৰাম, কৃষ্ণ আৰু গান্ধীৰ দৰে অমৰ হওঁক। যেতিয়ালৈকে এই পৃথিৱীখন বিদ্যমান, যেতিয়ালৈকে এই দেশ আছে, আপোনাৰ পৰম্পৰা অব্যাহত থাকিব। আপোনাৰ প্ৰতিচ্ছবি কেতিয়াও মচি পেলোৱা নহ'ব। আপুনি এই দেশৰ অৱতাৰ। আপোনাৰ দৰে এজন নেতা আৰু প্ৰধানমন্ত্ৰী পাই আমি ধন্য।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক