--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ শীৰ্ষ ৰাজনৈতিক নেতাসকলে খোৱা খাদ্যৰ তালিকাত কি থাকে৷ কি খাদ্য খাই ভাল পাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? অমিত শ্বাহ, ৰাহুল গান্ধীসহ দেশৰ ৫ জন শীৰ্ষ ৰাজনৈতিক নেতাই আটাইতকৈ বেছি ভালপোৱা খাদ্যৰ তালিকাত আছে এইসমূহ : ১. নৰেন্দ্ৰ মোদী : ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ ভাল পায় গুজৰাটী খাদ্য খায়। ইয়াৰ ভিতৰত তেওঁৰ প্ৰিয় খাদ্যৰ তালিকাত আছে জনপ্ৰিয় জলপান ধোকলা। ২. অমিত শ্বাহ : ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ পোহা খাবলৈ অত্যন্ত ভাল পায়, বিশেষকৈ ওপৰত ভুজিয়া আৰু নেমু যোগ দি খাবলৈ ভালপায় চিৰা৷ ৩. ৰাহুল গান্ধী : খবৰ অনুসৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধী এজন উৎসাহী ভোজনবিলাসী। তেওঁৰ বিশেষভাৱে ম’ম’ৰ প্ৰতি দুৰ্বলতা থকা বুলি জানিব পৰা গৈছে। ৪. মমতা বেনাৰ্জী : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে খাই ভালপায় লঘু আহাৰ৷ ইয়াৰ উপৰি তেওঁ সমগ্ৰ ভাৰতত ‘আলু চাপ’ নামেৰে জনাজাত ভজা আলু বিশেষ প্ৰিয় বুলি জানিব পৰা গৈছে৷ ৫. স্মৃতি ইৰাণী : ভাৰতৰ এজন শীৰ্ষ মহিলা ৰাজনীতিবিদ তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে প্ৰধানমন্ত্ৰী মোদীৰ দৰেই গুজৰাটী খাদ্যৰ প্ৰতি যথেষ্ট দুৰ্বলতা আছে। ঢোকলা আৰু খাণ্ডৱী তেওঁৰ এক বিশেষ প্ৰিয় খাদ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি