--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মহিলাসকলক এক বিশেষ পৰামৰ্শ দিলে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। মহিলাসকলক উদ্দেশ্যি কেজৰিৱালে কয় যে যিসকল মহিলাৰ পতিয়ে অনবৰতে মোদী মোদী কৰি থাকে তেনে পতিসকলক পত্নীয়ে খাদ্যৰ যোগান ধৰিব নালাগে। 

শনিবাৰে দিল্লীত মহিলা সন্মান সমাৰোহত অংশগ্ৰহণ কৰি কেজৰিৱালে এনেদৰে কয়। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি একপ্ৰকাৰৰ প্ৰচাৰ অভিযান আৰম্ভ কৰি কেজৰিৱালে কয় যে দিল্লীৰ মহিলাসকলে এতিয়া যথাযথ সন্মান লাভ কৰিছে। 

তেওঁলোকে এতিয়া আৰু খালী পাৰ্ছ লৈ ঘূৰিব নালাগে। প্ৰতি মাহে তেওঁলোকৰ পাৰ্ছত ১০০০ টকাকৈ সোমাব। কেজৰিৱালে ২০২৪ৰ লোকসভা নিৰ্বাচনত আপৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। 

কেজৰিৱালে তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি কয় যে মহিলা সৱলীকৰণৰ কথা কৈ অহা হৈছে যদিও বিজেপিয়ে দলৰ দুই এগৰাকী মহিলাৰ কল্যাণ সাধন কৰিয়েই  সকলো মহিলাৰ সৱলীকৰণ হোৱা বুলি দেুৱা বিচাৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী