--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ব্ৰিটিছে সংৰোপণ কৰা হিন্দু-মুছলমানৰ মাজৰ বিদ্বেষ ভাৰতীয় সমাজত গভীৰ ভবে শিপাই আছে। আজিও সাম্প্ৰদায়িক সংঘৰ্ষৰ  পৰা মুক্ত নহয় ভাৰত। তেনে এক বিদ্বেষমূলক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ অযোধ্যাত। মোডী-যোগীক প্ৰশংসা কৰাই কাল হৈ পৰিল  উত্তৰ প্ৰদেশৰ এগৰাকী মুছলিম মহিলাৰ বাবে। মোডী-যোগীক প্ৰশংসা কৰা বাবে স্বামীয়ে জ্বলাই দিবলৈ চেষ্টা কৰাৰ লগতে তালাক দিলে পত্নীক। 

প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ চনৰ ডিচেম্বৰ মাহত আৰ্ছাদ মৰিয়ামৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। গ্ৰাম্য অঞ্চলত বাস কৰা মৰিয়মে অযোধ্যাৰ পৰিৱেশ দেখি মুগ্ধ হৈ পৰিছিল। অযোধ্যা নগৰৰ মনোমহা পৰিবেশৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক   প্ৰশংসা কৰাত খঙত বিবেক হেৰুৱাই আৰ্ছাদে মৰিয়মৰ গাত গৰম পানী নিক্ষেপ কৰে। ইয়াৰ পিছত তেওঁ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰে। 
 
ধৰ্মীয় বিদ্বেষে আজি এনে পৰ্যায় পাইছে অন্য ধৰ্মৰ লোকৰ প্ৰশংসা কৰাৰ বাবেই নিজৰ আত্মীয় জনকো ত্যাগ কৰিবলৈ সাজু। এনে ধৰ্মীয় উত্তেজনাৰ বাবে যে ভাৰতত আকৌ তেজৰ নৈ ব’ব সেয়া ধূৰুপ। বৰ্তমানৰ সামাজিক ৰাজনৈতিক পৰিবেশে সময়ে সময়ে শংকিত কৰি আহিছে সাধাৰণ জনতাক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন