--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি দেশ জুৰি উদযাপন হয় ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ দিৱস৷ এই দিৱস উপলক্ষে বলীউডৰৰ গ্লেমাৰ গাৰ্ল জনপ্ৰিয় অভিনেত্ৰী চিত্ৰাংগদা সিঙে পৰিধান কৰিলে অসমীয়া মেখেলা চাদৰ। ৰাজ্যৰ আগশাৰীৰ ফেচন ডিজাইনৰ সংযুক্তা দত্তই ডিজাইন কৰা বস্ত্ৰযোৰ পৰিধান কৰি হস্ততাঁত উদ্যোগৰ উত্থান কামনা কৰাৰ লগতে ডিজাইনৰ গৰাকীৰ কৰ্মৰাজিক প্ৰশংসা কৰে অভিনেত্ৰী গৰাকীয়ে।

ভাৰতত প্ৰতি বছৰে ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। এই দিনটোত, চৰকাৰ আৰু অন্যান্য সংগঠনে দেশৰ আৰ্থ-সামাজিক বিকাশত তেওঁলোকৰ অপৰিসীম অৱদানৰ বাবে হস্ততাঁত বয়ন সম্প্ৰদায়ক সন্মানিত কৰে। এই দিনটোত ভাৰতৰ গৌৰৱময় হস্ততাঁত ঐতিহ্য সুৰক্ষিত কৰা আৰু জীৱিকা নিশ্চিত কৰাৰ অধিক সুযোগৰ সৈতে শিপিনী আৰু শ্ৰমিকসকলক শক্তিশালী কৰাৰ পুনৰ প্ৰতিশ্ৰুতিও চিহ্নিত কৰা হৈছে। দিনটো উদযাপন কৰিবলৈ, বস্ত্ৰ মন্ত্ৰালয়ে নতুন দিল্লীৰ সন্মিলন কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰিব।

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰনালয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস টুইট কৰে৷ টুইটত লিখে, বস্ত্ৰ মন্ত্ৰালয়ে আপোনাক সপ্তম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ ভাৰ্চুৱেল সংস্কৰণ উদযাপন কৰিবলৈ আমন্ত্ৰণ জনাইছে। স্থানীয় শিপিনীসকলক সমৰ্থন কৰক আৰু কমেও এটা হস্ততাঁত সামগ্ৰী ক্ৰয় কৰি আমাৰ হস্ততাঁতৰ শক্তি প্ৰচাৰ কৰক৷ #MyHandloomMyPride'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ