--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হনীমুন পিৰিয়ড উপভোগ কৰিছে অভিনেত্ৰী মৌনী ৰয়ে। বিবাহৰ পাছত, অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি পাইছে বুলি চলিছে চৰ্চা। অভিনেত্ৰীৰ সামাজিক মাধ্যমৰ প’ষ্ট আৰু ছবিবোৰে তেওঁৰ কুশলবাৰ্তাকে বিলোৱা বু‌লি অনুমান কৰি লৈছে অনুৰাগীয়ে। মৌনীয়ে অলপতে ইনষ্টাগ্ৰামত নিজৰ বোল্ড ফটোসমূহ শ্বেয়াৰ কৰিছে। এই ফটোবোৰ এতিয়া সামাজিক মাধ্যমত বিয়পি পৰিছে। ‘নাগিন’ খ্যাত অভিনেত্ৰীগৰাকীয়ে অলপতে বিবাহপাশত আবদ্ধ হৈছে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে স্বামী সুৰজ নাম্বিয়াৰৰ সৈতে কাশ্মীৰত হনীমুনৰ মায়াবী লগ্ন উদযাপন কৰি আছে। ছ'চিয়েল মিডিয়াত সক্ৰিয় মৌনীয়ে নিজৰ অধিকতৰ অধিক ফটো শ্বেয়াৰ কৰে, মৌনীৰ এই ফটোবোৰে তেওঁৰ অনুৰাগীসকলক কৰি তোলে উচ্ছসিত। শেহতীয়াকৈ ইনষ্টাগ্ৰামত হনীমুন সম্পৰ্কীয় কেইবাখনো আৱেদনময়ী ফটো শ্বেয়াৰ কৰিছে মৌনীয়ে। কাশ্মীৰৰ মনোৰম বৰফ পৰিহিত উপত্যকাত মৌনীয়ে এই সোণালী দিনবোৰ উপভোগ কৰি আছে। শেহতীয়াকৈ মৌনীয়ে বৰফৰ উপত্যকাবোৰত মনোকিনি পিন্ধি বাৰে বাৰে সামাজিক মাধ্যমত প’ষ্ট কৰিছে ইখনৰ পাছত সিখন চকুত লগা ফটো। ক'লা মনোকিনিৰে জিলিকি উঠিছে মৌনী। ছ'চিয়েল মিডিয়াত ফটো প’ষ্ট কৰাৰ লগে লগে অনুৰাগীসকলৰ মন্তব্যৰে ভৰি পৰিছে। মৌনীৰ এনে কথাবোৰে অনুৰাগীক দিছে আমোদ। এইদৰে ৰাজহুৱাকৈ অন্তৰংগ মুহূৰ্ত উদযাপৰ বতৰা গোটেই বিশ্বকে জনাব পৰাটো সাহসিকতাৰে পৰিচয় বু‌লি ধৰি লৈছে অনুৰাগীয়ে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু