--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাজে-সময়ে আমি ৰাস্তা-ঘাটে মৃগীৰোগত আক্ৰান্ত ব্যক্তি পৰি থকা দেখা পাওঁ। যদি আপোনাৰো ঘৰত বা আশে-পাশে কোনো ব্যক্তি মৃগীৰোগত আক্ৰান্ত, তেন্তে এই ৰোগৰ বিষয়ে কিছু কথা জনাৰ দৰকাৰ। যেতিয়া এই ৰোগে এজন ব্যক্তিক আক্ৰমণ কৰে তেতিয়া ব্যক্তিজন অতি বিপজ্জনক অৱস্থাত থাকে, সেই সময়ত বহু লোকে নাজানে যে ৰোগীক কেনেকৈ শুশ্ৰূষা কৰিলে ভাল পাব, কি কৰিব লাগে যাতে ৰোগীজনক স্বাভাৱিক কৰি তুলিব পাৰি। সেয়েহে আজি আমি মৃগীৰোগৰ আক্ৰমণ হ’লে প্ৰথমে কি কৰিব লাগে, যাতে ব্যক্তিজন সেই সময়ত আৰোগ্য লাভ কৰিব পাৰে সেই বিষয়ে জানিম আহক।

 ১. মৃগীৰোগৰ আক্ৰমণ হ’লে তৎক্ষণাত এই কাম কৰক-

মৃগীৰোগ এক গুৰুতৰ সমস্যা, সঠিক সময়ত চিকিৎসা নকৰিলে ৰোগীৰ ওপৰত বেয়া প্ৰভাৱ পৰে আৰু মৃগীৰোগৰ চিকিৎসা বহু ধৰণৰ হয়। কিন্তু যদি হঠাৎ ঘৰৰ সদস্য এই ৰোগত আক্ৰান্ত হয়, তেন্তে ৰোগীক আঙুৰৰ ৰস দিব পাৰে। ইয়াৰ দ্বাৰা ৰোগীয়ে কিছু সকাহ লাভ কৰে। ইয়াৰ লগতে কুমলীয়া ডালিম সেৱন কৰিও মৃগী ৰোগৰ আক্ৰমণৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। কুমলীয়া ডালিমৰ ৰসো দিব পাৰে। তুলসীৰ ৰসেও মৃগীৰোগৰ আক্ৰমণ হ্ৰাস কৰে।

২. ৰোগীৰ অৱস্থা জনাটো অতি প্ৰয়োজন-

মৃগীৰোগত আক্ৰান্ত লোকসকলেও মানসিক চাপ লোৱা উচিত নহয়। ইয়াৰ উপৰি যিমান পাৰি মনটোক সুখী কৰি ৰাখিবলৈ যত্ন কৰক। সুখী হৈ থকাটোৱেও পেশীবোৰক জিৰণি দিয়ে। ধ্যান, যোগাসন আৰু ৰুটিন মতে চলাৰ চেষ্টা কৰক। খাদ্যত ভিটামিন-বি আৰু মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰক, এইবোৰ সেৱনে আক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক