--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ মটৰ দুৰ্ঘটনাত পতিত হোৱাৰ ১৭ দিন পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ঋষভ পণ্টে। সোমবাৰে আবেলি এটা টুইট কৰে পণ্টে। তাত তেওঁ লিখিছে যে ক্ৰিকেটলৈ উভতি অহাৰ যুঁজ আৰম্ভ হৈছে। বোৰ্ড আৰু তেওঁৰ চিকিৎসকসকলকো ধন্যবাদ জনাইছে তাৰকাগৰাকীয়ে।

পণ্টে লিখিছিল, "দুৰ্ঘটনাটোৰ পিছত মই লাভ কৰা মৰম আৰু শুভেচ্ছাৰ দ্বাৰা মই অভিভূত আৰু আবদ্ধ। মোৰ অস্ত্ৰোপচাৰ সফল হৈছে বুলি জনাবলৈ পাই মই অত্যন্ত সুখী। উভতি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আহিবলগীয়া দিনবোৰত মোৰ বাবে অপেক্ষা কৰি থকা প্ৰত্যাহ্বানবোৰৰ বাবে সাজু। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড, সচিব জয় শ্বাহ আৰু চৰকাৰী বিষয়াসকলক প্ৰচণ্ড সমৰ্থনৰ বাবে বহুত ধন্যবাদ।"

দ্বিতীয়টো টুইটত পন্তে লিখিছিল, "মই মোৰ অন্তৰৰ পৰা সকলো অনুৰাগী, সতীৰ্থ, চিকিৎসক আৰু ফিজিঅ'ক ধন্যবাদ জনাইছো। মই খেলপথাৰত সকলোকে লগ কৰিবলৈ অপেক্ষা কৰি আছোঁ। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক