--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ যৌন কেলেংকাৰীত সোমাই পৰিছে পাকিস্তানৰ অধিনায়ক বাবৰ আজম। লিক হৈছে বাবৰৰ কেতবোৰ আপত্তিজনক অডিঅ’ হোৱাটচাপ চাট আৰু ভিডিঅ’। এই লৈ উত্তেজনাময় হৈ পৰিছে পাকিস্তানৰ ক্ৰিকেট জগত। কেইবাটাও সংবাদ সংস্থাই এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে।

বাতৰি অনুযায়ী, পাকিস্তান ক্ৰিকেট দলৰে এগৰাকী সতীৰ্থৰ গাৰ্লফ্ৰেণ্ডক বাবৰে যৌনমূলক বাৰ্তা প্ৰেৰণ কৰিছিল। এই হোৱাটচাপ চাটিং আৰু ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে এইসমূহৰ যথাযথ সত্যতা সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।

যিসকলে বাবৰৰ অডিঅ’ চাটসমূহ লিক কৰিছে, তেওঁলোকে দাবী কৰিছে সতীৰ্থ ক্ৰিকেটাৰজনৰ গাৰ্লফ্ৰেণ্ডক বাবৰে কেইবাটাও প্ৰস্তাৱ দিছে। যদি গাৰ্লফ্ৰেণ্ডগৰাকীয়ে তেওঁৰ স’তে চেক্স চাট অব্যাহত ৰাখে, তেন্তে উক্ত ক্ৰিকেটাৰজন পাকিস্তানৰ দলত থাকিব পাৰিব।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাবৰৰ অনুৰাগীসকলে। তেওঁলোকে কৈছে যে ক্ৰিকেটাৰগৰাকীৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ এইসমূহ অপপ্ৰচাৰ চলোৱা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বাবৰৰ ওপৰত এনেধৰণৰ অভিযোগ সাব্যষ্ট কৰা হৈছিল। হামিঝা মুখটাৰ নামৰ এগৰাকী যুৱতীক যৌন হাৰাশাস্তি কৰাৰ অভিযোগত বাবৰক দোষী সাব্যষ্ট কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক