--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বেছিভাগ মানুহেই মুখত ছিৰাম লগায়। যদিও ক্ৰীমৰ তুলনাত ছিৰাম ইমান জনপ্ৰিয় নহয়, কিন্তু সহজ ভাষাত ক’বলৈ গ’লে ছিৰাম হৈছে মৃদু মইশ্ব’ৰাইজাৰ। ইয়াক ব্যৱহাৰ কৰিলে বহুতো লাভ পোৱা পায়। ছিৰামে মুখত বয়সৰ চাপ পৰাৰ পৰাও ৰক্ষা কৰে। কিন্তু ছিৰাম সঠিকভাৱে লগালেহে ইয়াৰ সুফল পোৱা যায়। ছিৰাম লগাওঁতে বহুতে বহু ভুল কৰে। যাৰ ফলত তেওঁলোকৰ ছালত বেয়া প্ৰভাৱ পৰিব পাৰে। আমি ইয়াত ক’ম যে মুখত ছিৰাম লগাওঁতে কি কি ভুল কৰিব নালাগে জানো আহক।

মুখত ছিৰাম লগাওঁতে হোৱা ভুল-

প্ৰথম ভুলঃ যদি আপুনি ড্ৰপাৰৰ সহায়ত ছিৰাম পোনে পোনে ছালত লগাই দিয়ে, তেন্তে আপুনি এই ভুলটো কৰাৰ পৰা বিৰত থাকিব লাগে। কাৰণ ছিৰাম ড্ৰপাৰেৰে ছালত লগাই বটলত ভৰাই দিলে তেতিয়া সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায়। সেইবাবে সদায় ছিৰাম ড্ৰপাৰেৰে হাতত লৈ মুখত লগাব লাগে।

দ্বিতীয় ভুলঃ  মুখত ছিৰাম লগাই মুখখন ঘঁহিব নালাগে। ছিৰাম প্ৰয়োগ কৰাৰ পিছত মুখখন লাহেকৈ থপথপাই দিব লাগে। এনে কৰিলে ছিৰাম ছালৰ ভিতৰলৈ সোমাই যায় যাব। ছিৰাম লগাই circular motionত মালিচ কৰিলে বেছি সুফল পোৱা যায়।

তৃতীয় ভুলঃ  ফেচ ছিৰাম প্ৰয়োগ কৰাৰ সময়ত বহুতে অত্যধিক পৰিমাণৰ ছিৰাম ব্যৱহাৰ কৰে যাৰ ফলত ছালখন তেলীয়া হৈ পৰে। সেইবাবেই সঠিক পৰিমাণত ফেচ ছিৰাম প্ৰয়োগ কৰিব লাগে, যাতে ছালখন সুস্থ হৈ থাকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ