--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি আছে বলীউডৰ কিং শ্বাহৰূখ খানৰ নতুন চলচ্চিত্ৰ৷ কিছু দিন পূৰ্বে চাৰি বছৰৰ বিৰতিৰ অন্তত শ্বাহৰূখ খানে ‘পাঠান’ ছবিৰে ৰূপালী পৰ্দাত প্ৰত্যাৱৰ্তন কৰে আৰু ছবিখন ছুপাৰ ব্লক বাষ্টাৰ হিচাপে প্ৰমাণিত হয়। একে সময়তে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে কিং খানৰ আগন্তুক ছবি ‘জোৱান’ৰ বাবে। ১০ জুলাই সোমবাৰে অৰ্থাৎ আজি ছবিখনৰ প্ৰিভিউ মুকলি কৰা হৈছে। 

আজি পুৱা ১০.৩০ বজাত শ্বাহৰূখ খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘জোৱান’ৰ প্ৰিভিউৱে মুক্তি লাভ কৰে ৷প্ৰিভিউত কিং খানে আচৰিত ধৰণে বেলেগ বেলেগ চৰিত্ৰত সুন্দৰ অভিনয় কৰা দেখা গৈছে। অতি আকৰ্ষণীয় একচনৰ আভাসো পোৱা গৈছে প্ৰিভিউত। আনহাতে, কিং খানৰ ছবিখনৰ প্ৰিভিউ মুক্তি পোৱাৰ লগে লগে অনুৰাগীৰ পৰা প্ৰচণ্ড সঁহাৰি লাভ কৰে। অনুৰাগীসকলে ইয়াক আজিলৈকে শ্ৰেষ্ঠ টিজাৰ বুলি অভিহিত কৰাৰ লগতে ছবিখনক ব্লকবাষ্টাৰ হিচাপেও ঘোষণা কৰিছে।


'জোৱান'ত শ্বাহৰুখ খানৰ বিভিন্ন লুকৰ ছবি শ্বেয়াৰ কৰি এজন অনুৰাগীয়ে লিখিছে, 'জোৱানৰ প্ৰিভিউ এতিয়ালৈকে দেখা শ্ৰেষ্ঠ টিজাৰ। আন কোনো শব্দই বৰ্ণনা কৰিব নোৱাৰে! ষ্টাণ্ট, ডাইলগ, বিজিএম, অতি উন্নত'। 

আন বহু অনুৰাগীয়েও ‘জোৱান’ৰ একচনৰে পৰিপূৰ্ণ প্ৰিভিউৰ প্ৰশংসা কৰিছে। এজন অনুৰাগীয়ে লিখিছে, “এইখন ছবিয়ে বক্স অফিচৰ প্ৰতিটো বৰ্তমানৰ অভিলেখ ভাঙি পেলাব।”উল্লেখ্য যে,শ্বাহৰূখ খানো এইখন ছবিৰ দৰ্শকৰ মাজত সমাদৰক লৈ আশাবাদী৷যাতে এইখন ছবিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব পাৰে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক