--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাঙৰ পৰ্দাতেই হওক বা আনকি সৰু পৰ্দাতো হওক, ৱেব ছিৰিজৰ আগত এই সুপৰিচিত সতৰ্কবাণী দিয়া হয়, ‘ধূমপান স্বাস্থ্যৰ বাবে আঘাতজনক’। কিন্তু তাতে ছলমান খানে অতি অস্বাভাৱিক কাম এটা কৰিলে। Bigg Boss OTT week-end episodeত ভাইজানে চিগাৰেট হাতত লৈ দেখা গ’ল।

কিছুদিন পূৰ্বে ‘বিগ বছ অ’টিটি’ৰ ঘৰত আকাংক্ষা পুৰী আৰু জাদ হাদিদৰ চুমা খোৱাৰ বিতৰ্ক হৈছিল। প্ৰতিযোগী দুজনক ভাৰতীয় সংস্কাৰ, পাৰিবাৰিক মূল্যবোধৰ ওপৰত নৈতিক শিক্ষা দিয়া হৈছিল।

তাৰপাছতে অভিনেতাজনৰ এই জঘন্য আচৰণত ক্ষুব্ধ হৈ পৰিছিল নেটিজেনসকল। কোনোৱে কয় যে ছলমান "একদম ভণ্ড", কোনোৱে কয়, "তেওঁ নৈতিকতাৰ বিষয়ে জ্ঞান কেনেকৈ দিব পাৰে?"

কোনোবাই লিখিছে, "বিগ বছে ঘৰৰ সংস্কাৰৰ বিষয়ে জ্ঞান দিয়ে, ই হাস্যকৰ।" অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ছলমানৰ পৰা কোনো বিবৃতি পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক