--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কৰ পিছত বিতৰ্ক৷ কিন্তু শ্বাহৰুখ খানৰ 'পাঠান'ৰ জনপ্ৰিয়তা যেন ম্লান পেৱৃলাব পৰা নাই কোনো বিতৰ্কই৷ আনকি এতিয়া শ্বাহৰুখৰ অনুৰাগীসকলে ছবিখনৰ প্ৰচাৰত  নামি পৰিছে। লগতে অহা ডাঙৰ খবৰটো  হ'ল  শ্বাহৰুখৰ 'পাঠান' ছবিখনে মুক্তিৰ আগতে এটাৰ পিছত এটাকৈ অভিলেখ গঢ়িছে!  কি অভিলেখ ? 

'পাঠান' ছবি খনে ইতিমধ্যে আগতীয়া বুকিঙৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছবিখনে আৰম্ভণিতে সকলোকে আচৰিত কৰিআগতীয়া বুকিঙৰ ক্ষেত্ৰত 'ব্ৰহ্মাস্ত্ৰ', 'কেজিএফ ২'ৰ ৰেকৰ্ডো ভংগ কৰিছে৷ কেৱল সেয়াই নহয়, মুম্বাইৰ প্ৰাচীন  চিনেমা হল 'গাটেই গ্যালাক্সিত' প্ৰথমবাৰৰ বাবে পুৱা ৯ বজাত  পাঠান প্ৰদৰ্শন কৰা হ'ব বুলি জানিব পৰা গৈছে। মুম্বাইৰ শ্বাহৰুখ ফেন ক্লাবে এই ব্যৱস্থা কৰিছে।
'পাঠান' ছবিখনক লৈ হোৱা বিতৰ্কৰ কোনো অন্ত নাই। 

মুক্তিৰ দিন আগবাঢ়ি অহাৰ লগে লগে পাঠান ছবি খনকলৈ  বিতৰ্কৰ তীব্ৰতা বাঢ়ি গৈ আছে। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে পাঠানৰ বিষয়ত  এক নতুন নিৰ্দেশ প্ৰদান কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে ছবিখনৰ প্ৰযোজনা হাউচ  যশ ৰাজক জনাইছে যে ছবিখনৰ অ'টিটি মুক্তিৰ বাবে বিশেষ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। দিল্লী উচ্চ ন্যায়ালয়ে কৈছে যে ছবিখনৰ যাৱতীয় তথ্য আদি  অ'টিটি মুক্তিৰ আগতে আগতীয়াকৈ দাখিল কৰিব লাগিব। লগতে  চেঞ্চৰ বোৰ্ডৰ ক্লিয়াৰেন্স দাখিল কৰিবলৈও কোৱা হৈছে। 'পাঠান' চলচ্চিত্ৰখনৰ 'বেচাৰাম ৰং' গানটোক লৈ হোৱা বিতৰ্কৰ এতিয়াও  অন্ত পৰা নাই। বজৰং দলে ছবি খন প্ৰদৰ্শন কৰা ছবিগৃহ জ্বলাই দিয়াৰো ভাবুকি দিছে৷ 

















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক