--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইত নিজাকৈ এটা ফ্লেট কিনিলে সামান্থা ৰুথ প্ৰভুৱে। শেহতীয়াকৈ তেওঁ নিজৰ ইনষ্টাগ্ৰামত বহুমহলীয়া অট্টালিকাৰ বেলকনিৰ পৰা সূৰ্যাস্তৰ এখন ছবি শ্বেয়াৰ কৰিছিল৷ তাৰ পিছতে দক্ষিণৰ জনপ্ৰিয় অভিনেতীগৰাকীয়ে মুম্বাইত ফ্লেট ক্ৰয় কৰাক লৈ অনুৰাগী মহলৰ মাজত জল্পনা-কল্পনা আৰম্ভ হৈছে৷

সূত্ৰ অনুসৰি, এইবাৰ সামান্থাই মুম্বাইত বাস কৰিব। দক্ষিণ মুম্বাইত সাগৰৰ ফালে মুখ কৰি থকা তিনিটা কোঠাৰ বিলাসী ফ্লেট ক্ৰয় কৰিছে অভিনেত্ৰীগৰাকীয়ে। যাৰ দাম প্ৰায় ১৫ কোটি। কিছুদিন পূৰ্বে আন এগৰাকী দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকাইও মুম্বাইত নিজাকৈ ফ্লেট কিনিছিল।

এই মুহূৰ্তত সামান্থা ব্যস্ত আমেৰিকান কল্পবিজ্ঞানভিত্তিক ‘চিটাডেল’ ছিৰিজৰ শ্বুটিঙত। যোৱা বছৰ এন্থনী আৰু জো ৰুছ’ ভাতৃদ্বয়ে কৈছিল যে এইবাৰ ‘চিটাডেল’ চিৰিজটো ভাৰততো নিৰ্মাণ কৰা হ’ব। বৰুণ ধাৱনে ইয়াত নায়কৰ ভূমিকাত অৱতীৰ্ণ হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হ'ব কাজিৰঙা, উত্তৰ-পূবৰ ৮ স্থানক লৈ ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘোষণা
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি