--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিদ্ধাৰ্থ মালহোট্ৰা আৰু কিয়াৰা আদৱানীৰ ‘বিৰল’ প্ৰেমৰ প্ৰশংসা কৰিলে কংগনা ৰানাৱটে। কেৱল প্ৰশংসা কৰাই নহয়, বলীউডৰ আন তাৰকা দম্পতীৰ প্ৰতিও তেওঁ কটুক্তি কৰে৷

বিগত কেইবছৰমানৰ পৰা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ প্ৰেমৰ সম্পৰ্ক চলি আহিছে। বলিউদত ৰোমাঞ্চৰ গুজৱ চলি থকাৰ পাছতো সিদ বা কিয়াৰাই কেতিয়াও ৰাজহুৱাভাৱে নিজৰ সম্পৰ্ক স্বীকাৰ কৰা নাছিল। কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মঙলবাৰে জয়ছালমেৰত বিবাহপাশত আবদ্ধ হয় দুয়ো৷

ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিয়াৰ ছবি ভাইৰেল হোৱাৰ লগে লগে কংগনাই মন্তব্য কৰে- “তেওঁলোকে বলিউডৰ আন দম্পত্তিসকলৰ দৰে লাইমলাইটলৈ অহা নাছিল৷ এই প্ৰেম স্বাভাৱিক আৰু বিৰল৷’’ দুয়োকে দাম্পত্য জীৱনৰ শুভেচ্ছা জনায় কংগনাই৷

কিছুদিন পূৰ্বে নাম নোলোৱাকৈয়ে কংগনাই ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক লক্ষ্য কৰি কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। এই যুটিয়ে তেওঁক নিৰীক্ষণ কৰি আছে বুলি দাবী কৰিছিল ‘গেংষ্টাৰ’ অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰাৰ পিছত তেওঁৰ চৌপাশৰ সন্দেহজনক কাৰ্যকলাপ বন্ধ হৈ গৈছে বুলি কংগনাই কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক