--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল অহাৰ লগে লগে বহু মানুহৰ মূৰৰ বিষৰ সমস্যাটো তীব্ৰতৰ হৈ পৰে। বহু ঔষধ খোৱাৰ পিছতহে বিষ নাইকিয়া হয়। আজি আমি আপোনালোকক কম কোনবোৰ ঘৰুৱা উপায়ে আপোনাৰ মূৰৰ বিষ ক্ষন্তেকতে নাইকিয়া কৰি পেলাব পাৰে।

১) গৰম পানীৰ নেমুৰ ৰসঃ  মূৰৰ বিষ ইমানেই বেয়া যে সহ্য কৰাটো অতি কঠিন হৈ পৰে। বিষ নাইকিয়া কৰিবলৈ নেমুৰ ৰস মিহলাই গৰম পানী খাব পাৰে।

২) আপেলৰ ওপৰত নিমখঃ নিমখ মিহলাই আপেল খালেও মিনিটৰ ভিতৰতে মূৰৰ বিষৰ পৰা উপশম পোৱা যায়। 

৩) লঙৰ পানীঃ লং চোবাই খালে বহু ৰোগ নিৰাময় হয়। লঙৰ পানী প্ৰস্তুত কৰি পান কৰিলেও ইয়াৰ পৰা যথেষ্ট সকাহ পায়। ইচ্ছা কৰিলে ৰুমালত লং বান্ধি গোন্ধ লব পাৰে।

৪) তুলসীৰ পানীঃ তুলসীৰ পানী সেৱন কৰিলেও মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়। ইচ্ছা কৰিলে তুলসীত আদা মিহলাই ইয়াৰ পানীও খাব পাৰে। মূৰৰ বিষত ভুগি থকা ব্যক্তিয়ে ইয়াৰ পৰা সকাহ পাব পাৰে।

৫) লং তেলৰ মালিচঃ লঙৰ তেল মালিচ কৰিলেও মূৰৰ বিষৰ পৰা বহুখিনি সকাহ পোৱা যায়। কপালত মালিচ কৰি মূৰ বান্ধি অলপ সময় শুব, এনে কৰিলে মূৰৰ বিষ কমি যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement