--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূৰ্গীৰ মাংস বুলি পাৰ মাংসৰ যোগান ধৰাৰ অভিযোগত এজন ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ব্যক্তিগৰাকীৰ এজন চুবুৰীয়াই। ঘটনাটো সংঘটিত হৈছে মুম্বাইত। অভিযুক্ত ব্যক্তিগৰাকীৰ নাম- অভিষেক সাৱন্ত।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তগৰাকীক আটক কৰিছে। অভিযুক্ত অভিষেকৰ উপৰিও ঘটনাটোৰ স’তে আৰু সাতজন লোককো আৰক্ষীয়ে আটক কৰিছে।

৭১ বছৰ বয়সীয়া হৰেশ গগলানি নামৰ এজন প্ৰাক্তন সেনাকৰ্মীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। হৰেশে অভিযুক্ত অভিষেকৰ আবাসগৃহৰ ওচৰতে থাকে।

হৰেশৰ অভিযোগ- চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা অভিষেকে পাৰ পুঁহিছে। সেই পাৰবিলাককে স্থানীয় এখন দোকানত মূৰ্গীৰ মাংস বুলি বিক্ৰী কৰি আহিছে অভিষেকে। তেওঁলোকে বাস কৰা স্থানৰ ওচৰৰে এখন ৰেষ্টোৰাত মাংসখিনি মদৰ লগত পৰিৱেশন কৰা হয়।

কিন্তু অভিযোগৰকাৰী হৰেশৰ বিৰুদ্ধে মন্তব্য কৰিছে আন ওচৰ-চুবুৰীয়াসকলে। তেওঁলোকে হৰেশৰ অভিযোগ ভিত্তিহীন বুলি কৈছে। বৰঞ্চ হৰেশেহে চুবুৰীয়াসকলৰ বিৰুদ্ধে নানা ধৰণৰ অভিযোগ দাখিল কৰি মাজে মাজে বিৰক্ত কৰি অহা বুলি তেওঁলোকে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক