--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত সপ্তাহৰ আৰম্ভণিৰে পৰা সমগ্ৰ মায়ানগৰীত গণেশ পূজা উদযাপন কৰা হৈছে। উৎসৱ উদযাপনৰ সুযোগ হেৰুৱাবলৈ অনিচ্ছুক বলীউডৰ তাৰকাসকলে। শিল্পা শ্বেট্টীৰ ঘৰতো ইয়াৰ ব্যতিক্ৰম নহয়।

অনুষ্ঠানৰ সময়ত নায়িকাগৰাকীয়ে মাৰাঠী সাজ-পোছাক পৰিধান কৰে। পত্নী নাচত ব্যস্ত হৈ থাকোঁতে স্বামী ৰাজু কুন্দ্ৰাই ক’লা ৰঙৰ অদ্ভুত মাস্কেৰে মুখখন ঢাকি ৰখা দেখা যায়। ৰাজক সেই মাস্ক পিন্ধা দেখিলে আপুনি তেওঁক ৰবট বুলি ভুল কৰিব পাৰে। চচিয়েল মিডিয়া পেজত ভাইৰেল হৈ পৰিছে স্বামী-স্ত্ৰীৰ কাষে কাষে থিয় হৈ থকা ছবিখন।

মহামাৰীৰ সময়ৰ পৰাই মাস্ক ফেশ্বন হৈ পৰিছে। তেওঁৰ ৱাৰ্ডৰবত বিভিন্ন ধৰণৰ মাস্ক ভৰি আছে, যিবোৰ তেওঁক বিমানবন্দৰত বা ৰাজপথত গ’লেহে দেখা যায়। তেওঁ সদায় মুখখন লুকুৱাই ৰখাত ব্যস্ত।

উল্লেখ্য যে ২০২১ চনত পৰ্ণগ্ৰাফী গোচৰৰ সৈতে জড়িত আছিল শিল্পাৰ স্বামী। অভিযোগৰ ভিত্তিত তেওঁও সেই বছৰ কাৰাগাৰত ভৰ্তি হৈছিল। প্ৰায় দুমাহ কাৰাগাৰত থকা ৰাজক মুকলি কৰি দিয়া হয়। মুম্বাইৰ আৰ্থাৰ ৰোড জেলত ৬৩ দিন কটায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ