--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লুংৱা (লংৱা) নাগালেণ্ডৰ মন জিলাৰ অন্যতম বৃহৎ গাওঁ। এই গাওঁ খন  ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত । নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা অলং-এ শেহতীয়াকৈ অনন্য গাওঁ খনৰ এটা  ভিডিঅ' শ্বেয়াৰ কৰিছে।  

গাওঁখনত ম্যানমাৰৰ চাগাইং ডিভিজনৰ লোজি গাওঁৰ সৈতে সংযোগ কৰা এটা পথ আছে। যিটো পথেৰে গাওঁ খনৰ বাসিন্দাসকলে   ম্যানমাৰৰ লাহে ,য়েংজঙৰ ,তাতমাদাও চহৰ আদিলৈ সমূহলৈ যাব পাৰে। গাঁও খনৰ এটাঅংশ  ভাৰতীয় ভূখণ্ডৰ ভিতৰত পৰে, আনহাতে বাকী অৰ্ধাংশ ম্যানমাৰৰ নিয়ন্ত্ৰণত আছে।  গাওঁখনৰ  বহু লোকৰ  শোৱনি কোঠা ভাৰতত আছে যদিও তেওঁলোকৰ পাকঘৰ আৰু অন্যান্য ঘৰবোৰ  ম্যানমাৰত পৰিছে।

Watch it here:


লংৱাত কন্যাক নগা  জনজাতিৰ লোকসকলে  বাস কৰে। ভাৰত  আৰু ম্যানমাৰৰ  মাজত থকা  শক্তিশালী সাংস্কৃতিক সম্পৰ্কৰ বাবেই গাওঁখনৰ বহু  বাসিন্দাক ভাৰত চৰকাৰে দ্বৈত নাগৰিকত্ব প্ৰদান কৰিছে। বুধবাৰে টেমজেন ইমনা আলঙে গাওঁখনৰ বিষয়ে এটা  পোষ্টত   লিখিছে: "আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিবলৈ এই গাঁৱৰ এজন ব্যক্তিজনে কেৱল তেওঁৰ শোৱনি  কোঠালৈ যাব লাগিব।" এই গাঁৱত বাস কৰা লোকসকলে দুখন দেশক  কৰ পৰিশোধ কৰিব লাগে। একেটা ঘৰত বাস কৰা এজন লোকে  নিশা এখন দেশত শোৱে আৰু   আন এখন ৰাজ্যত  ৰাতিৰ আহাৰ গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক