--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দুত্ববাদীসকলৰ ঘৃণা আৰু হিংসাত্মক ভাষণৰ ঘটনাৰ তদন্তত দিল্লী আৰক্ষীয়ে প্ৰায় নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে। বুধবাৰে উচ্চতম ন্যায়ালয়ে এইদৰে অসন্তুষ্টি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে শুকুৰবাৰে বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰি কয়- "তদন্তসমূহত কোনো স্পষ্ট অগ্ৰগতি হোৱা নাই।''

কেইমাহমান আগতে শীৰ্ষ ন্যায়ালয়ে দিল্লী আৰু উত্তৰাখণ্ডৰ আৰক্ষীৰ পৰা ২০২১ চনত দিল্লী আৰু হৰিদ্বাৰত অনুষ্ঠিত ধৰ্ম সংসদৰ সন্দৰ্ভত লিখিত উত্তৰ বিচাৰিছিল। ঘটনাটোত সমাজকৰ্মী তুষাৰ গান্ধীয়ে অভিযোগ কৰিছিল যে দিল্লী আৰু উত্তৰাখণ্ড আৰক্ষীয়ে তদন্তত অৱহেলা কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ৰ অধীনত থকা দিল্লী আৰক্ষীৰ উত্তৰে শীৰ্ষ ন্যায়ালয়ক সন্তুষ্ট কৰিব নোৱাৰিলে। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজক নিৰ্দেশ দিছিল যে ঘৃণামূলক ভাষণ গোচৰত দিল্লী আৰক্ষীৰ তদন্তকাৰী বিষয়াই দুসপ্তাহৰ ভিতৰত এখন শপতনামা দাখিল কৰিব লাগিব। অনুসন্ধানৰ অগ্ৰগতি বিতংভাৱে বৰ্ণনা কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক