--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীয়ে জব্দ কৰিছে ১০ কেজি গাঞ্জাৰ লগতে নগদ ধন৷

ডিজিটেল ডেস্কঃ নলবাৰী ঘগ্ৰাপাৰত নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ৷


তিনিচুকীয়াৰ পৰা শিলিগুৰিলৈ যোৱা AS01JC6752 নম্বৰৰ স্বপন নামৰ নৈশ বাছখনত কঢ়িয়াই আনিছিল গাঞ্জাখিনি৷


নলবাৰী আৰক্ষীয়ে পুৱতি নিশাৰ পৰা নাকা তালাচী চলাই গাঞ্জাসহ আটক কৰে এজন গাঞ্জা সৰবৰাহকাৰীক৷


ধৃত গাঞ্জা সৰবৰাহকাৰীটো ওদালগুৰিৰ অৰূপ ডেকা বুলি জানিব পৰা গৈছে৷


আৰক্ষীয়ে জব্দ কৰিছে ১০ কেজি গাঞ্জাৰ লগতে নগদ ধন৷


ৰঙিয়াৰ পৰা শ্ৰীৰামপুৰ গেটলৈ গাঞ্জাখিনি নিয়াৰ কথা আছিল৷


ঘগ্ৰাপাৰ হাওৱে চ’কত তালাচী চলি থাকোতেই নৈশ বাছখন ৰখোৱাত আৰক্ষী দেখি গাড়ীৰ পৰা পলায়ন সৰবৰাহকাৰীৰ৷


অৱশেষত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে গাঞ্জা সৰবৰাহকাৰী অৰূপ ডেকাক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ