--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৩৭ নং ঘাইপথ জাঁজী নদীৰ দলঙৰ পৰা নদীত জাঁপ দিয়ে ছাত্ৰজনে।

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ জাঁজী নদীৰ দলঙৰ পৰা জাঁপ দিলে এজন ছাত্ৰই ।


টীয়কৰ টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়নৰত এজন ছাত্ৰই জাঁজী নদীত জাঁপ দিয়াক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।


৩৭ নং ঘাইপথ জাঁজী নদীৰ দলঙৰ পৰা নদীত জাঁপ দিয়ে ছাত্ৰজনে।


ছাত্ৰজনৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে যদিও অতি সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে টীয়ক FRU লৈ প্ৰেৰণ কৰে।


ছাত্ৰজনৰ ঘৰ মৰিয়নিৰ ভূঞা গাঁৱত বুলি জানিব পৰা গৈছে।


সমনীয়াৰ লগত তৰ্কাতৰ্কি হোৱা বাবেই এনেদৰে মানসিক অশান্তিত ভূগি ছাত্ৰজনে এনে ভয়ংকৰ কাণ্ড কৰিলৈ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ