--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৫ মাৰ্চত জাৰি হ’ব লোকসভা নিৰ্বাচনৰ অধিসূচনা৷ মাজত মাত্ৰ এসপ্তাহ৷ আৰু এনে সময়তে অতি আকস্মিকভাৱে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে পদত্যাগ কৰিছে আৰু ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ গ্ৰহণ কৰিছে। 

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, লোকসভা নিৰ্বাচনৰ তাৰিখ অহা সপ্তাহত ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু গোৱেলৰ পদত্যাগে এতিয়া সেই সময়সীমাত প্ৰশ্নবোধক চিহ্নৰ অৱতাৰণা কৰিছে৷ শীৰ্ষ বিষয়াসকলে কৈছিল যে গোৱেলে পদত্যাগ কৰাৰ সময়ত ব্যক্তিগত কাৰণ উল্লেখ কৰিছিল আৰু লগতে কয় যে চৰকাৰে তেওঁক পদত্যাগ নকৰিবলৈ সৈমান কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ জোৰ দিছিল।

১৯৮৫ বৰ্ষৰ আইএএছ বিষয়া গোৱেলে ২০২২ৰ ১৮ নৱেম্বৰত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল আৰু এদিন পাছত নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত হৈছিল। তেওঁৰ নিযুক্তিক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী