--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী শ্বেহনাজ গিলৰ পিতৃ সন্তোখ সিঙে মৃত্যুৰ ভাবুকি লাভ কৰিছে। তেওঁ আজি পুৱা এটা ফোন পাইছিল য'ত ফোন কৰা জনে নিজকে এজন পাকিস্তানী নাগৰিক বুলি পৰিচয় দিছিল আৰু ৫০ লাখ টকাৰ মুক্তিপণ দাবী কৰে। 

অৱশ্যে তেওঁ এতিয়ালৈকে এই বিষয়ত কোনো অভিযোগ দাখিল কৰা নাই। শ্বেহনাজ গিলৰ পিতৃক তেওঁৰ ফোনত হোৱাটছএপ কলৰ জৰিয়তে ভাবুকি দিয়া হৈছে। মানুহজনে কয় লগতে কয় যে সন্তোখ সিঙে  ক'ত থাকে আৰু তেওঁ কি কৰে সেই বিষয়ে তেওঁৰ ওচৰত সকলো তথ্য আছে। তেওঁ কয় যে তেওঁ এয়াও জানে  যে তেওঁৰ ছোৱালীয়ে যথেষ্ট ধন উপাৰ্জন কৰি আছে আৰু ধন আদায় নিদিলে তেওঁ প্ৰথমে তেওঁৰ কন্যা  শ্বেহনাজ গিলক হত্যা কৰিব আৰু তাৰ পিছত তেওঁক  হত্যা কৰিব। মানুহজনে কয় যে যদি তেওঁ তেওঁৰ পৰিয়ালক সুৰক্ষা দিব বিচাৰে  তেন্তে তেওঁক টকা আদায় দিব লাগিব।

উল্লেখ্য  ইয়াৰ আগতেও শ্বাহনাজৰ পিতৃয়ে ভাবুকি পাইছিল। সেই সময়ত সন্তোখ সিঙে আৰক্ষীৰ ওচৰত অভিযোগ কৰিছিল, তদন্ত আৰম্ভ হৈছিল ।সন্তোখ সিঙে ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ২৫ ডিচেম্বৰত সন্তোখ সিঙক দুজন অচিনাক্ত ব্যক্তিয়ে আক্ৰমণ কৰিছিল।সেই সময়ত  সন্তোখৰ ওপৰত  গুলীচালনা কৰা হৈছিল। কিন্তু সেইবেলি কথমপি প্ৰাণ ৰক্ষা পৰিছিল সিঙৰ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ