--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপৰ্ণ ছবি জগতৰ পৰা আহি বলীউডত খলকনি তোলা অভিনেত্ৰী ছানি লিয়নীয়ে ২০২১ বৰ্ষৰ ৩১ ডিচেম্বৰৰ নিশাটো কটাইছিল গোৱাত৷ গোৱাত থাকিয়েই তেওঁ ২০২১ বৰ্ষক বিদায় দি ২০২২ বৰ্ষক আদৰিছিল৷ 

গোৱাত  যোৱা বছৰ ছানী লিয়নীৰ সৈতে আছিল  তেওঁৰ স্বামী ডেনিয়েল ৱেবাৰ আৰু তেওঁলোকৰ সন্তান নিশা, আছাৰ আৰু নোহৰ ৷ পৰিয়ালৰ আটাইৰে সৈতে ছানি লিয়নীয়ে এখন ছবিও শ্বেয়াৰ কৰিছিল৷



 গোৱাত ৩১ ডিচেম্বৰ বৰ্ষ বিদায় অনুষ্ঠানৰ কেইবাখনো ছবি অভিনেত্ৰীগৰাকীয়ে পোষ্ট কৰিছিল৷ কিন্তু এইবেলি ছানিয়ে ক’ত থাকি নৱবৰ্ষক আদৰণি জনাব? ছানি লিয়নীৰ ভক্ত সকলৰ মাজত তাকেলৈ আলোচনাও চলিছে৷ কিছুদিন আগতে ছানিয়ে বালিলৈ ফুৰিবলৈ গৈছিল৷


এইবাৰো নৱবৰ্ষ উদযাপন কৰিবলৈ তেওঁ বিদেশলৈ যোৱাৰ সম্ভাৱনা থকা বুলি বহুতে কৈছে৷ একাংশৰ মতে আকৌ ছানিয়ে পূৰ্বৰ দৰেই এইবাৰো ভাৰতত থাকিয়েই নৱবৰ্ষ উদযাপন কৰিব৷ ২০১৭ বৰ্ষত ছানিয়ে বাংগালুৰুত নৱবৰ্ষত উপস্থিত আছিল৷See the

 এইবাৰ হয়তো মানালীলৈ ছানিয়ে নৱবৰ্ষ উদযাপন কৰিবলৈ যাব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ মানালীত এতিয়া যথেষ্ট ঠাণ্ডা পৰিছে যদিও ছানিৰ ঘনিষ্ঠ মহলৰ মতে ছানিয়ে গৰমতকৈ ঠাণ্ডাহে হেনো বেছি ভালপায়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক