--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে (২ মে’) অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত চিবিআইয়ে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে। জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ জল আৰু শক্তি পৰামৰ্শদাতা (ৱাপক’ছ)ৰ প্ৰাক্তন চিএমডি ৰাজেন্দ্ৰ কুমাৰ গুপ্তাৰ চৌহদত অভিযান চলাই চিবিআইয়ে নগদ ২০ কোটি টকা উদ্ধাৰ কৰিছে।

চিবিআইয়ে জনোৱা মতে, ৰাজেন্দ্ৰ কুমাৰ গুপ্তা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰ ৰুজু কৰাৰ পিছত আমি দিল্লী, চণ্ডীগড়, পঞ্চকুলা, গুৰুগ্ৰাম, শোনিপত, গাজিয়াবাদকে ধৰি প্ৰায় ১৯টা স্থানত অভিযান চলাইছিল। এই সময়ছোৱাত নগদ ২০ কোটি টকাৰ উপৰিও সম্পত্তি আৰু অন্যান্য মূল্যৱান সামগ্ৰীৰ সৈতে জড়িত নথি-পত্ৰ জব্দ কৰিছো।

ফটোখনত দেখা গৈছে যে নগদ ধনখিনি ছুটকেছ আৰু বিচনাত ৰখা হৈছিল। অভিযানৰ সময়ত যেতিয়া চিবিআইয়ে তদন্ত কৰে তেতিয়া এই নগদ ধন উদ্ধাৰ কৰে। চিবিআইয়ে কয় যে অধিক তদন্ত চলি আছে আৰু এই ধন ক’ৰ পৰা আহিল বুলি সোধা-পোছা কৰা হৈছে? উল্লেখযোগ্য  যে WAPCOS হৈছে চৰকাৰৰ সম্পূৰ্ণ মালিকানাধীন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ জল শক্তি মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত। ইয়াৰ পূৰ্বে ইয়াক ‘ৱাটাৰ এণ্ড পাৱাৰ কনচালটেন্সি চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেড (ৱাপক’এছ ৱাটাৰ এণ্ড পাৱাৰ কনচালটেন্সি ইণ্ডিয়া) নামেৰে জনা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে