--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি জানেনে যে অত্যধিক নিমখ সেৱন কৰিলে আপুনি সোনকালে বৃদ্ধ বয়সত উপনীত হয়। সকলোৱে জানে যে নিমখৰ অত্যধিক আৰু কম ব্যৱহাৰে সদায় ব্যঞ্জনৰ সোৱাদ নষ্ট কৰে। একেদৰে ইয়াৰ অধিক পৰিমাণে সেৱন কৰিলে অকালতে বুঢ়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰচুৰ পৰিমাণে নিমখ খালে অকালতে বাৰ্ধক্যকাল হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও আমাৰ শৰীৰত অত্যধিক নিমখ খালে সমস্যাটো বাঢ়িব পাৰে। অধিক নিমখ খালে কি সমস্যা হয় জানো আহক।

১) কিছুমান মানুহৰ খাদ্যৰ লগত কেঁচা নিমখ খোৱাৰ অভ্যাস থাকে। অত্যধিক নিমখ সেৱনে শৰীৰত সোনকালে বয়স বৃ্দ্ধিৰ চাপ পেলায়। 

২)চকুৰ বাবেও অতিৰিক্ত নিমখ সেৱন কৰাটো ভাল নহয়।

৩)ইয়াৰ উপৰিও অত্যধিক পৰিমাণৰ নিমখ ব্যৱহাৰ কৰাৰ ফলত মানুহৰ তেজৰ মাত্ৰাও কমি যায়। 

৪)অধিক পৰিমাণে নিমখ খালে শৰীৰত এলাৰ্জী হয় বুলি বিশ্বাস কৰা হয়।

৫)অত্যধিক নিমখ খালে চুলি সোনকালে পকে বুলি বিশ্বাস কৰা হয়।

এইসকল ৰোগীয়ে নিমখ সুষম পৰিমাণত খাব লাগে

নিমখ সুষম পৰিমাণে খাব লাগে। পেটৰ সমস্যা বা উচ্চ ৰক্তচাপ সমস্যাত ভুগি থকা লোকসকলে অত্যধিক নিমখ খালে ক্ষতিগ্ৰস্ত হ’ব পাৰে। যিসকল লোকৰ শৰীৰ ফুলা সমস্যা আছে, তেওঁলোকেও সুষম পৰিমাণত নিমখ সেৱন কৰিব লাগে। আনহাতে অত্যধিক জ্বৰ হ’লেও বহুতে নিমখ বেছিকৈ সেৱন কৰে কিন্তু এনে অৱস্থাত অত্যধিক নিমখ খোৱা উচিত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ