--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিশাৰ ৰাজপথত পুনৰ সৃষ্টি হ’ল অবৰ্ণৱনীয় পৰিস্থিতিৰ। নিয়ন্ত্ৰণহীন গাড়ীয় পুনৰ মহতীয়াই নিলে ভালেমান লোকক। ৰাজপথত পুনৰ বাজি উঠিল মৃত্যুৰ কিৰিলি। এইবাৰ নিয়ন্ত্ৰণহীন এখন টেংকাৰে সৃষ্টি কৰিলে ভয়াৱহ পৰিস্থিতিৰ। নিশা তীব্ৰবেগী ডাম্পাৰখনে ১৫খন সৰু গাড়ীক মহতীয়াই লৈ যায়। এই দুৰ্ঘটনাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে আৰু কমেও ১২জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।


ঘটনা সংঘটিত হয়, শুকুৰবাৰে নিশা ৯বজাত। মহাৰাষ্ট্ৰৰ পুনেৰ দক্ষিণ প্ৰান্তত সংঘটিত হয় এই ভয়াৱহ অঘটন। বেংগালুৰুৰ পৰা দ্ৰুত বেগে আহি থকা এখন টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই ১৫খনকৈ গাড়ীত খুন্দা মাৰে। ইথানল কঢ়িয়াই অনা টেংকাৰখন পুনে অভিমুখে গৈ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অভাৰটেক কৰিবলৈ চেষ্টা কৰি টেংকাৰখনে প্ৰথমে এখন ছেভেন ছিটাৰ গাড়ীত খু্ন্দা মাৰে। তাৰ পাছত আন গাড়ীবোৰকো মহতীয়াই নিয়ে।

দুৰ্ঘটনাটোত মৃত্যু হোৱা দুয়োজন লোক এই ছেভেন ছিটাৰ গাড়ীখনত আছিল। আহত আন লোকসকলক হাস্পতালত ভৰ্তি কৰোঁৱা হয়। আহত কেইবাজনো লোকৰ অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক