--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে কাইলৈ মনোনয়ন-পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। সাধাৰণ নিৰ্বাচনত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ১২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88 টা সংসদীয় সমষ্টিৰ বাবে ২৮ মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব। দ্বিতীয় পৰ্যায়ত মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশ (আউটাৰ মণিপুৰ)ৰ সৈতে ৮৮টা সংসদীয় সমষ্টিত অহা ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

 প্ৰথম পৰ্যায়ৰ বাবে জাৰি কৰা অধিসূচনাত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিত নিৰ্বাচনৰ অধিসূচনা অন্তৰ্ভুক্ত কৰা হৈছিল। ১৫টা বিধানসভা সমষ্টিক সামৰি আউটাৰ মণিপুৰ সংসদীয় সমষ্টিত প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ১৩টা বিধানসভা সমষ্টিক সামৰি এই সংসদীয় সমষ্টিৰ আনটো অংশৰ বাবে দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব।

দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে অসম, বিহাৰ, ছত্তীশগড়, জম্মু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাহিৰে (আউটাৰ মণিপুৰ)।

দ্বিতীয় পৰ্যায়ৰ সময়সূচী তলত দিয়া অনুসৰি-


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ